Dipankar Borsaikia IYC

Dipankar Borsaikia IYC nothing ELSE

সমূহ অসমবাসী ৰাইজলৈ ঈদ-উল-আজহাৰ  আন্তৰিক শুভেচ্ছা জনাইছোঁ।
17/06/2024

সমূহ অসমবাসী ৰাইজলৈ ঈদ-উল-আজহাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।

যিমান সম্ভৱ হয়, সকলোৰে ঘৰলৈ যোৱাৰ চেষ্টা কৰিছোঁ । তেওঁলোকৰ মনৰ কথা শুনাৰ চেষ্টা কৰিছোঁ ।
17/05/2024

যিমান সম্ভৱ হয়, সকলোৰে ঘৰলৈ যোৱাৰ চেষ্টা কৰিছোঁ । তেওঁলোকৰ মনৰ কথা শুনাৰ চেষ্টা কৰিছোঁ ।

যোৱাকালি যুৱ কংগ্ৰেছ , দুলিয়াজান সমষ্টিৰ তৰফৰ পৰা সদ্যঘোষিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্...
16/05/2024

যোৱাকালি যুৱ কংগ্ৰেছ , দুলিয়াজান সমষ্টিৰ তৰফৰ পৰা সদ্যঘোষিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীৰ ঘৰলৈ গৈ তেওঁলোকক শুভেচ্ছা জনোৱা হয় । মোৰ লগত উপস্থিত থাকে কংগ্ৰেছ দলৰ কেইবাজনো নিষ্ঠাবান সদস্য ।

সদ্য ঘোষিত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীৰ ঘৰলৈ গৈ তেওঁলোকক...
15/05/2024

সদ্য ঘোষিত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীৰ ঘৰলৈ গৈ তেওঁলোকক শুভেচ্ছা জনোৱাৰ লগতে তেওঁলোকৰ মনৰ কথা শুনাৰ চেষ্টা কৰোঁ ।

16/04/2024
সমগ্ৰ অসমবাসী ৰাইজলৈ অসমীয়াৰ বাপতি-সাহোন বহাগ বিহু তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।
13/04/2024

সমগ্ৰ অসমবাসী ৰাইজলৈ অসমীয়াৰ বাপতি-সাহোন বহাগ বিহু তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।

আপোনাক আৰু আপোনাৰ সমূহ পৰিয়ালবৰ্গলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক উলগ জনাইছোঁ । আশা ৰাখিছোঁ আগন্তুক বৰ্ষটিয়ে আপোনালৈ কঢ়িয়াই আনক...
01/01/2024

আপোনাক আৰু আপোনাৰ সমূহ পৰিয়ালবৰ্গলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক উলগ জনাইছোঁ । আশা ৰাখিছোঁ আগন্তুক বৰ্ষটিয়ে আপোনালৈ কঢ়িয়াই আনক সুখ,শান্তি আৰু সমৃদ্ধিৰ বতৰা ।

May the magic of Christmas fill your heart with love, peace and happiness ! Happy Merry Christmas
25/12/2023

May the magic of Christmas fill your heart with love, peace and happiness ! Happy Merry Christmas

ডিব্ৰুগড় জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত আয়োজন হোৱা Bharat Jodo, Youth Jodo Assam ৰ পদযাত্ৰাত উপস্থিত থাকোঁ ।
18/11/2023

ডিব্ৰুগড় জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত আয়োজন হোৱা Bharat Jodo, Youth Jodo Assam ৰ পদযাত্ৰাত উপস্থিত থাকোঁ ।

পোহৰৰ উৎসৱ দীপাৱলীৰ এই শুভক্ষণত  সমূহ অসমবাসীলৈ জনাইছো মোৰ আন্তৰিক শুভ-কামনা । দীপাৱলীৰ আলোকে সকলোৰে বাবে কঢ়িয়াই আনক আশা...
12/11/2023

পোহৰৰ উৎসৱ দীপাৱলীৰ এই শুভক্ষণত সমূহ অসমবাসীলৈ জনাইছো মোৰ আন্তৰিক শুভ-কামনা । দীপাৱলীৰ আলোকে সকলোৰে বাবে কঢ়িয়াই আনক আশাৰ বতৰা ।

ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকা দেৱৰ মৃত্যু তিথিত তেওঁক শ্ৰদ্ধাৰে সোৱৰিছোঁ ।
05/11/2023

ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকা দেৱৰ মৃত্যু তিথিত তেওঁক শ্ৰদ্ধাৰে সোৱৰিছোঁ ।

Address

DULIAJAN
Duliajan
786602

Website

Alerts

Be the first to know and let us send you an email when Dipankar Borsaikia IYC posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share