সপোনৰ দিশ xopunor dikh

সপোনৰ দিশ xopunor dikh "প্ৰেৰণা, আশা আৰু সপোনৰ পথত একেলগে আগবাঢ়োঁ। জীৱনৰ প্ৰতিটো মুহূৰ্ত্তক উজলাই তুলিবলৈ আহাঁ, সপোনৰ দিশলৈ।

03/06/2026

Celebrating my 1st year on Facebook. Thank you for your continuing support. I could never have made it without you. 🙏🤗🎉

বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ মাতৃৰ বিয়োগৰ খবৰে মৰ্মাহত কৰিলে আমি আই মাতৃ গৰাকীৰ বিদেহি আত্মাৰ চিৰ শান্তি কামনা কৰি গভীৰ শ...
03/06/2026

বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ মাতৃৰ বিয়োগৰ খবৰে মৰ্মাহত কৰিলে আমি আই মাতৃ গৰাকীৰ বিদেহি আত্মাৰ চিৰ শান্তি কামনা কৰি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ আৰু শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

02/06/2026
আধুনিক দুলীয়াজানৰ ৰূপকাৰ,শিক্ষাবিদ,দুলীয়াজানৰ উচ্চ শিক্ষাৰ বাটকটীয়া দুলীয়াজান মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ পূৰ্ণকান্...
17/12/2025

আধুনিক দুলীয়াজানৰ ৰূপকাৰ,শিক্ষাবিদ,
দুলীয়াজানৰ উচ্চ শিক্ষাৰ বাটকটীয়া দুলীয়াজান মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ পূৰ্ণকান্ত হাজৰিকা চাৰে আজি সন্ধিয়া ইহলীলা সম্বৰণ কৰে। এয়া দুলীয়াজানৰ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি। চাৰৰ বিদেহ আত্মাই সৰগত ঠাই পাওঁক। ঔম শান্তি।

Address

Duliajan
Duliajan
786602

Website

Alerts

Be the first to know and let us send you an email when সপোনৰ দিশ xopunor dikh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category