03/07/2026
পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযান–২০২৬ৰ অন্তৰ্গত দুলীয়াজান বিধানসভা সমষ্টিৰ ভাদৈ মণ্ডলত আয়োজিত প্ৰশিক্ষণ কৰ্মশালাত ভাদৈ মণ্ডল ভাৰতীয় জনতা যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলে উৎসাহেৰে অংশগ্ৰহণ কৰে।
কৰ্মশালাৰ প্ৰতিটো প্ৰশিক্ষণ সত্ৰত উপস্থিত থাকি সংগঠনৰ আদৰ্শ, কৰ্মপদ্ধতি, নেতৃত্বৰ বিকাশ আৰু ৰাষ্ট্ৰসেৱাৰ মনোভাৱ সম্পৰ্কে বহু মূল্যৱান জ্ঞান আৰু মাৰ্গদৰ্শন লাভ কৰাৰ সুযোগ হয়।
প্ৰত্যেকগৰাকী সন্মানীয় বক্তা আৰু প্ৰশিক্ষকৰ অনুপ্ৰেৰণাদায়ক বক্তব্য আৰু মাৰ্গদৰ্শনে আমাৰ সকলোকে সংগঠনক অধিক শক্তিশালী কৰাৰ লগতে নিষ্ঠা আৰু দায়বদ্ধতাৰে আগবাঢ়ি যোৱাৰ নতুন প্ৰেৰণা প্ৰদান কৰিছে।
ভাৰত মাতা কি জয়।
বন্দে মাতৰম।
BJYM BJYM Assam BJYM Dibrugarh BJP Assam Pradesh
Bjp Duliajan