BJYM Fakiragram

BJYM Fakiragram BJYM JINDABAD

05/07/2024
13/01/2024
 #যুৱ_শক্তি_ৰাষ্ট্ৰশক্তি  #  # #পোন প্ৰথমতে নমস্কাৰ জনালোঁ লগতে ইংৰাজী নতুন বছৰৰ শুভেচ্ছা যাচিলো  # #। ভাৰতীয় জনতা যুৱ ম...
05/01/2024

#যুৱ_শক্তি_ৰাষ্ট্ৰশক্তি #
# #পোন প্ৰথমতে নমস্কাৰ জনালোঁ লগতে ইংৰাজী নতুন বছৰৰ শুভেচ্ছা যাচিলো # #।
ভাৰতীয় জনতা যুৱ মৰ্চাৰ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম মন্ডলৰ নৱ-নিযুক্ত সকলো বিষয়ববীয়া, বিস্তাৰিত বিষয়ববীয়া, কাৰ্যনিৰ্বাহক সদস্য, আমন্ত্ৰিত সদস্য, বিশেষ আমন্ত্ৰিত সদস্য সকলোলৈ আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জনালোঁ৷
সকলোৰে সৱল নেতৃত্বত ভাৰতীয় জনতা যুৱ মৰ্চাৰ আগন্তুক দিনত ফকিৰাগ্ৰাম মন্ডলৰ সাংগঠনিক ভেটি অধিক সুদৃঢ় আৰু শক্তিশালী হ’ব বুলি আশা কৰিলোঁ ।।
Bhabesh kalita ভৱেশ কলিতা
BJYM Assam
BJYM Kokrajhar
BJYM Fakiragram
Arup Kumar Dey

28/12/2023
আজি ভাৰতৰ প্ৰয়াত প্ৰধান মন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপে দেৱৰ জন্ম দিন উপলক্ষে "সু- শাসন" দিৱস উপলক্ষে ফকিৰাগ্ৰাম মণ্ডল...
25/12/2023

আজি ভাৰতৰ প্ৰয়াত প্ৰধান মন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপে দেৱৰ জন্ম দিন উপলক্ষে "সু- শাসন" দিৱস উপলক্ষে ফকিৰাগ্ৰাম মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত সকলোৰে সহযোগত শক্তি আশ্ৰম শিৱ মন্দিৰত প্ৰাংগনত স্বচ্ছ ভাৰত অভিযানৰ লগতে শক্তি আশ্ৰম স্বামী যোগানন্দ গিৰী আশ্ৰমত থকা লৰা সকলৰ মাজত কিছু ফল মূল বিতৰণ কৰা হয়। উক্ত কাৰ্যসূচীত উপস্থিত থাকে ফকিৰাগ্ৰাম মন্ডলৰ সভাপতি মনোজ কুমাৰ ৰায় ডাঙৰীয়া, ফকিৰাগ্ৰাম মন্ডল যুব মৰ্চাৰ সভাপতি কনক চন্দ্ৰ বৰ্মন, ৰাজ্যিক কাৰ্যনিৰ্বাহ সদস্য বিভূতি বৰঠাকুৰ ডাঙৰীয়া , কোকৰাঝাৰ জিলা যুব মৰ্চাৰ সাধাৰণ সম্পাদক বৃন্দাবন ৰায় ডাঙৰীয়া, ফকিৰাগ্ৰাম মন্ডলৰ সাধাৰণ সম্পাদক চানমোহন ৰায় ডাঙৰীয়া, মহিলা মৰ্চাৰ সভানেত্ৰী প্ৰভা ৰায় ডাঙৰীয়ানী আৰু সকলো কার্যকর্তাৰ সহযোগত।।
Arup Kumar Dey
BJYM Kokrajhar

Address

Saktiasram
Fakiragram
783354

Website

Alerts

Be the first to know and let us send you an email when BJYM Fakiragram posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share