25/08/2026
অত্যন্ত শোকভাৰাক্ৰান্ত হৃদয়েৰে জনাইছোঁ যে, বিটিচিৰ প্ৰাক্তন MCLA তথা TCLCC-ৰ প্ৰাক্তন অধ্যক্ষ শ্ৰদ্ধাৰ বক্তাৰ আলী আহমেদ ডাঙৰীয়া আৰু আমাৰ মাজত নাই ।
তেওঁৰ আকস্মিক বিয়োগৰ বাতৰিয়ে আমাক গভীৰভাৱে মৰ্মাহত কৰিছে।
এই শোকাকুল মুহূৰ্তত তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ, আত্মীয়-স্বজনলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ ।
Hagrama Mohilary
Karmeswar Roy