All Assam District Administration Employees Union

Directions

All Assam District Administration Employees Union Official Page Of All Assam District Administration Employees Union

27/11/2025
আজি ইং‌ ২৭/১১/২০২৫ তাৰিখে সদৌ অসম এন পি এছ কৰ্মচাৰী সন্থাই 'পুৰণি পেঞ্চন ব্যৱস্থা প্ৰবৰ্তনৰ দাবীত ' আহ্বান কৰা আৰু সদৌ অ...
27/11/2025

আজি ইং‌ ২৭/১১/২০২৫ তাৰিখে সদৌ অসম এন পি এছ কৰ্মচাৰী সন্থাই 'পুৰণি পেঞ্চন ব্যৱস্থা প্ৰবৰ্তনৰ দাবীত ' আহ্বান কৰা আৰু সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ দ্বাৰা সমৰ্থিত 'এদিনীয়া কৰ্মবিৰতি কাৰ্যসূচী ' অসমৰ সমগ্ৰ জিলাৰ জিলা আয়ুক্তৰ কাৰ্যালয়, সম-জিলা কাৰ্যালয় আৰু ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সফল ৰূপায়ণ কৰা হয়।

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে শূন্য বীমা আঁ‌চনিৰ সুবিধা আগবঢ়োৱাৰ‌ বাবে অসম চৰকাৰক অশেষ ধন্যবাদ জনালোঁ। 🙏🙏  Himanta Bisw...
12/11/2025

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে শূন্য বীমা আঁ‌চনিৰ সুবিধা আগবঢ়োৱাৰ‌ বাবে অসম চৰকাৰক অশেষ ধন্যবাদ জনালোঁ। 🙏🙏
Himanta Biswa Sarma CMO Assam Ranjeet Kumar Dass

যোৱাকালি ইং ০৯/১১/২০২৫ তাৰিখে ধেমাজিত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ নৱ-নিৰ্বাচিত কেন্দ্ৰীয় সমিতিৰ শপত আৰু দায়িত্ব...
10/11/2025

যোৱাকালি ইং ০৯/১১/২০২৫ তাৰিখে ধেমাজিত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ নৱ-নিৰ্বাচিত কেন্দ্ৰীয় সমিতিৰ শপত আৰু দায়িত্বভাৰ গ্ৰহণৰ লগতে প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুস্থিত হয়। সভাই জিলা আয়ুক্ত কাৰ্যালয়ৰ জিলা প্ৰশাসনিক কনিষ্ঠ সহায়ক সকলৰ গ্ৰেড পে ৮৭০০/- টকা প্ৰদান কৰাৰ লগতে চতুৰ্থবৰ্গৰ কৰ্মচাৰী সমূহক গ্ৰেড-১ আৰু গ্ৰেড-২ ভাগ কৰা, সমজিলা আয়ুক্ত কাৰ্যালয়ত আন বিভাগৰ কৰ্মচাৰীৰ দ্বাৰা কাম চলাই থকা কাৰ্য বন্ধ কৰা আদি সমস্যা সমূহ শীঘ্ৰেই নিষ্পতি কৰাৰ বাবে অসম চৰকাৰক দাবী জনায়। Himanta Biswa Sarma CMO Assam Ranjeet Kumar Dass

26/10/2025
যোৱা ২৩ অক্টোবৰৰ পৰা ২৫ অক্টোবৰলৈ বোকাখাতত অনুষ্ঠিত হোৱা সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ ত্ৰয়োদশ দ্বিবাৰ্ষিক কেন্দ্...
26/10/2025

যোৱা ২৩ অক্টোবৰৰ পৰা ২৫ অক্টোবৰলৈ বোকাখাতত অনুষ্ঠিত হোৱা সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ ত্ৰয়োদশ দ্বিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ ২য় দিনা অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ সন্মানীয় মন্ত্ৰী শ্ৰীযুত ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াৰ উপস্থিতিয়ে সন্থাৰ প্ৰত্যেকজন সদস্যক উৎসাহিত কৰে।


Himanta Biswa Sarma
CMO Assam
Ranjeet Kumar Dass

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when All Assam District Administration Employees Union posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share