Gauhati LokSabha - 07, Assam Pradesh Youth Congress

Gauhati LokSabha - 07, Assam Pradesh Youth Congress page of APYC for no 7, Gauhati LokSabha.

20/08/2026

ভাৰতৰ সৰ্বকনিষ্ঠ প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰত-ৰত্ন ৰাজীৱ গান্ধী ডাঙৰীয়াৰ জন্ম জয়ন্তীত তেখেতক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

20/08/2026

আধুনিক ভাৰতৰ নিৰ্মাণৰ পথপ্ৰদৰ্শক তথা দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰতৰত্ন ৰাজীৱ গান্ধী ডাঙৰীয়াৰ ওপজা দিনত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।
এক শক্তিশালী, শান্তিপূৰ্ণ আৰু প্ৰগতিশীল ভাৰত নিৰ্মাণৰ তেওঁৰ সপোন আজিও আমাৰ বাবে প্ৰেৰণাৰ উৎস। তেখেতৰ শান্তি, সম্প্ৰীতি আৰু ঐক্যৰ আদৰ্শ আমাৰ সমাজত চিৰকাল সজীৱ হৈ ৰওক।

15/08/2026

৮০ সংখ্যক স্বাধীনতা দিৱসৰ এই পৱিত্ৰ দিনটোত দেশৰ স্বাধীনতাৰ বাবে জীৱন উৎসৰ্গা কৰা প্ৰতিগৰাকী বীৰ শ্বহীদ আৰু স্বাধীনতা সংগ্ৰামীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।

আহক সংবিধানৰ মূল্যবোধ, গণতন্ত্ৰ, ধৰ্মনিৰপেক্ষতা আৰু সামাজিক ন্যায়ৰ আদৰ্শক সন্মান জনাই এখন অধিক সমতাপূৰ্ণ, শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ সংকল্প লওঁ।

জয় হিন্দ! 🇮🇳
বন্দে মাতৰম!

15/08/2026
15/08/2026
15/08/2026
15/08/2026
15/08/2026

সমগ্ৰ দেশবাসীলৈ আমি অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ।

31/01/2026

টাই-আহোম জনগোষ্ঠীৰ পবিত্ৰ উৎসৱ মে-ডাম-মে-ফি উপলক্ষে পুলিন পুথাও অৰ্থাৎ উপৰিপুৰুষ সকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি স্মৰণ কৰিছোঁ। আজিৰ এই পবিত্ৰ দিনটোত টাই-আহোম জনগোষ্ঠীৰ লোকসকলৰ লগতে সমূহ অসমবাসীলৈ মই হিয়াভৰা শুভকামনা জনাইছোঁ।

এই দিনটোত আমাৰ পূৰ্বজসকলৰ ত্যাগ, সাহস আৰু আদৰ্শক কৃতজ্ঞতাৰে স্মৰণ কৰি তেওঁলোকৰ আশীৰ্বাদ কামনা কৰিলোঁ।

পূৰ্বপুৰুষৰ আদৰ্শ, সেৱা, ঐক্য আৰু সংস্কৃতিৰ প্ৰতি সন্মান বজাই ৰাখি আগবাঢ়ি যোৱাৰ শিক্ষা দিয়া এই পবিত্ৰ উৎসৱে সকলোলৈ শান্তি, সমৃদ্ধি আৰু ঐক্য কঢ়িয়াই আনক।

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when Gauhati LokSabha - 07, Assam Pradesh Youth Congress posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share