Binita Dutta Chowdhury

Binita Dutta Chowdhury Councillor, Ward No 30 , Guwahati Municipal Corporation, Guwahati, Assam

বিজেপি, অসম প্ৰদেশৰ মাননীয় সভাপতি তথা সাংসদ দিলীপ শইকীয়া ডাঙৰীয়ালৈ ওপজা দিনৰ শুভেচ্ছা জনালোঁ। আপোনাৰ দীৰ্ঘায়ু আৰু সু...
01/09/2026

বিজেপি, অসম প্ৰদেশৰ মাননীয় সভাপতি তথা সাংসদ দিলীপ শইকীয়া ডাঙৰীয়ালৈ ওপজা দিনৰ শুভেচ্ছা জনালোঁ। আপোনাৰ দীৰ্ঘায়ু আৰু সু স্বাস্থ্য কামনা কৰিলোঁ।

Dilip Saikia

ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী জেষ্ঠ নেতা তথা মধ্য গুৱাহাটী সমষ্টিৰ বিধায়ক মাননীয় Vijay Gupta  ডাঙৰীয়ালৈ ওপজা দিনৰ শুভেচ...
01/09/2026

ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী জেষ্ঠ নেতা তথা মধ্য গুৱাহাটী সমষ্টিৰ বিধায়ক মাননীয় Vijay Gupta ডাঙৰীয়ালৈ ওপজা দিনৰ শুভেচ্ছা জনালোঁ।
Vijay Gupta

30/08/2026

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত Narendra Modi ডাঙৰীয়াৰ অনুপ্ৰেৰণাদায়ক আৰু জনপ্ৰিয় অনুষ্ঠান ‘মন কী বাত’ৰ আজিৰ ১৩৭ সংখ্যক খণ্ডটি ৩০ নং ৱাৰ্ডৰ অন্তৰ্গত ১৮১ নং বুথত
উপস্থিত থাকি স্থানীয় ৰাইজ আৰু দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে একেলগে শ্ৰৱণ কৰোঁ ।

অহা ৩০ আগষ্ট তাৰিখে  ৩০ নং ৱাৰ্ডৰ ১৮১ নং বুথত উপস্থিত থাকি দলৰ সতীৰ্থৰ সৈতে যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ড...
29/08/2026

অহা ৩০ আগষ্ট তাৰিখে ৩০ নং ৱাৰ্ডৰ ১৮১ নং বুথত উপস্থিত থাকি দলৰ সতীৰ্থৰ সৈতে যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ১৩৭ সংখ্যক 'মন-কী-বাত' অনুষ্ঠান শ্ৰৱণ কৰিম।

Narendra Modi

29/08/2026

Guwahati Municipal Corporation য়ে আয়োজন কৰা স্বচ্ছতা প্ৰতিযোগিতাখনিত ৩০ নং ৱাৰ্ডৰ মহিলা সমিতি, উন্নয়ণ সমিতিৰ লগতে অন্যান্য সকলেও সক্ৰিয়তাৰে অংশগ্ৰহণ কৰিছে। আজি দিনত স্থানীয় ৰাইজৰ সৈতে সেয়া পৰ্যবেক্ষণ কৰোঁ।

Himanta Biswa Sarma
Kaushik Rai
Mrigen Sarania

Best wishes to all the countrymen on the holy festival of unbreakable love, affection and trust of brother and sister.
28/08/2026

Best wishes to all the countrymen on the holy festival of unbreakable love, affection and trust of brother and sister.

27/08/2026

"কংগ্ৰেছ দলটো মহিলা বিৰোধী দল৷ কংগ্ৰেছৰ মহিলা বিৰোধী নীতিৰ বাবেই আজিলৈকে দেশত ইউ চি চি বলৱৎ হোৱা নাছিল৷"- ড০ Himanta Biswa Sarma ডাঙৰীয়া।

26/08/2026

মুখ্যমন্ত্ৰীৰ বক্তব্যক আদৰণি জনাইচো।

Himanta Biswa Sarma
Dilip Saikia

সহযোগ কৰিব বুলি আশা ৰাখিলোঁ।
26/08/2026

সহযোগ কৰিব বুলি আশা ৰাখিলোঁ।

🙏
24/08/2026

🙏

Address

Gauhati

Telephone

+919435018851

Website

Alerts

Be the first to know and let us send you an email when Binita Dutta Chowdhury posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Binita Dutta Chowdhury:

Shortcuts

Share