Dony Kashyap

Dony Kashyap Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dony Kashyap, Social service, Gauhati.

30/06/2023

Thank u Hindustani Bhau for ur kind words..come again..love from Assam ♥️

অসম যুৱ পৰিষদৰ তৰফৰ পৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত আগবঢ়োৱা "কলাগুৰু" বটাঁটি এই বৰ্ষত আন্তঃৰাষ্ট্ৰীয় বাঁহীবাদক তথ...
20/06/2023

অসম যুৱ পৰিষদৰ তৰফৰ পৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত আগবঢ়োৱা "কলাগুৰু" বটাঁটি এই বৰ্ষত আন্তঃৰাষ্ট্ৰীয় বাঁহীবাদক তথা সংগীত শিল্পী দীপক শৰ্মাক প্ৰদান কৰা হয় ll ♥️🙏

গীতালী মহিলা সমিতিৰ বাৰ্ষিক অধিৱেশনৰ অনুষ্ঠানত উপস্থিত থাকি আহ্লাদিত হওঁ । অনুষ্ঠানৰ কিছু ভাললগা মুহুৰ্ত ফেচবুকৰ জৰিয়তে ...
28/12/2022

গীতালী মহিলা সমিতিৰ বাৰ্ষিক অধিৱেশনৰ অনুষ্ঠানত উপস্থিত থাকি আহ্লাদিত হওঁ । অনুষ্ঠানৰ কিছু ভাললগা মুহুৰ্ত ফেচবুকৰ জৰিয়তে সাঁচি ৰাখিলো ॥

আজি অসম যুৱ পৰিষদ, ৫২ নং ৱাৰ্ডৰ সদস্যসকলে গীতালী মহিলা সমিতিৰ নৱনিৰ্মিত সমিতিখনক শুভকামনা তথা সম্বৰ্ধনা জ্ঞাপন কৰো ।আশা ...
25/11/2022

আজি অসম যুৱ পৰিষদ, ৫২ নং ৱাৰ্ডৰ সদস্যসকলে গীতালী মহিলা সমিতিৰ নৱনিৰ্মিত সমিতিখনক শুভকামনা তথা সম্বৰ্ধনা জ্ঞাপন কৰো ।আশা কৰিছো সমিতিখনৰ সভাপতি শ্ৰীযুতা শৰ্মিলা ডেকা আৰু সাধাৰণ সম্পাদক শ্ৰীযুতা কল্পনা পাঠকৰ নেতৃত্ত্বত নতুন ৰূপেৰে, নতুন উদ্দমেৰে গীতালী মহিলা সমিতি আৰু অধিক শক্তিশালী হৈ উঠিব, দেশৰ দহৰ ম্বাৰ্থত ভাল কাম কৰি যাব ।আমি যুৱবন্ধুসকল আপোনালোকৰ লগত প্ৰতিটো খোজতেই থাকিম ।আমি প্ৰতিশ্ৰুতিবদ্ধ । ধন্যবাদ ॥

মহান বীৰ যোদ্ধা লাচিত বৰফুকন বৃহত্তৰ অসমীয়া জাতিৰ শৌৰ্য্য-বীৰ্য্য,কৰ্তব্য, নিষ্ঠা, দেশপ্ৰেম, বীৰত্ব, সাহস আৰু গৌৰৱময় ইতি...
24/11/2022

মহান বীৰ যোদ্ধা লাচিত বৰফুকন বৃহত্তৰ অসমীয়া জাতিৰ শৌৰ্য্য-বীৰ্য্য,কৰ্তব্য, নিষ্ঠা, দেশপ্ৰেম, বীৰত্ব, সাহস আৰু গৌৰৱময় ইতিহাসৰ যুগমীয়া প্ৰতীক। লাচিত দিৱসৰ পবিত্ৰ ক্ষণত মহান যোদ্ধাগৰাকীলৈ শত সহস্ৰ প্ৰণিপাত 🙏

অসম গণ পৰিষদৰ মাননীয় সভাপতি শ্ৰী অতুল বৰা ডাঙৰীয়াৰ আহ্বানমৰ্মে আজি পৰলোকপ্ৰাপ্তি হোৱা বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া, পৰম পূ...
22/10/2022

অসম গণ পৰিষদৰ মাননীয় সভাপতি শ্ৰী অতুল বৰা ডাঙৰীয়াৰ আহ্বানমৰ্মে আজি পৰলোকপ্ৰাপ্তি হোৱা বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া, পৰম পূজনীয় বশিষ্ঠ দেৱশৰ্মা দেৱৰ নশ্বৰদেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ আৰু তেখেতৰ বিদেহ আত্মাৰ সদ্গতিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাওঁ।

আমি অসম যুৱ পৰিষদৰ সদস্যসকলৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিলোঁ । মা দুৰ্গাৰ আাশীৰ্বাদত সকলো কুশলে থা...
01/10/2022

আমি অসম যুৱ পৰিষদৰ সদস্যসকলৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিলোঁ । মা দুৰ্গাৰ আাশীৰ্বাদত সকলো কুশলে থাকক ॥🙏🏻

গীতানগৰ অঞ্চলৰ বাসিন্দা , জু নাৰেংগী যুৱ সমাজৰ সদস্য আমাৰ ভাই / বন্ধু কিংকৰ ৰয় ক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ | তেখেতৰ...
28/08/2022

গীতানগৰ অঞ্চলৰ বাসিন্দা , জু নাৰেংগী যুৱ সমাজৰ সদস্য আমাৰ ভাই / বন্ধু কিংকৰ ৰয় ক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ | তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰক | ওম শান্তি🙏

স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূতি উপলক্ষে গীতালী মহিলা সমিতিৰ চৌহদত অনুষ্ঠিত পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ ।গীতালী ...
15/08/2022

স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূতি উপলক্ষে গীতালী মহিলা সমিতিৰ চৌহদত অনুষ্ঠিত পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ ।গীতালী মহিলা সমিতি,গীতালী মইনা পাৰিজাত চৰা আৰু জু নাৰেঙ্গী যুৱ সমাজৰ সদস্যসকলৰ সৈতে স্বাধীনতাৰ অমৃত ক্ষণৰ মূহুৰ্তবোৰ উদযাপন কৰিবলৈ পাই আহ্লাদিত হওঁ ।। 🇮🇳

Address

Gauhati
781020

Website

Alerts

Be the first to know and let us send you an email when Dony Kashyap posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category