BJYM Suklai Serfang

BJYM Suklai Serfang OFFICIAL FACEBOOK PAGE OF BJYM SUKLAI SERFANG MANDAL

14/08/2026
গোৰেশ্বৰ বিধান সভা সমষ্টিৰ নৱনিযুক্ত মাননীয় বিধায়ক শ্ৰদ্ধাৰ শ্ৰী ভিক্টৰ কুমাৰ দাস ডাঙৰীয়াই শিক্ষিত, দক্ষ আৰু আত্মনিৰ্...
30/06/2026

গোৰেশ্বৰ বিধান সভা সমষ্টিৰ নৱনিযুক্ত মাননীয় বিধায়ক শ্ৰদ্ধাৰ শ্ৰী ভিক্টৰ কুমাৰ দাস ডাঙৰীয়াই শিক্ষিত, দক্ষ আৰু আত্মনিৰ্ভৰশীল যুৱ সমাজ গঢ়ি তোলাৰ লক্ষ্যৰে ADRE আৰু অন্যান্য চৰকাৰী প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সম্পূৰ্ণ বিনামূলীয়া এমাহীয়া প্ৰশিক্ষণ কৰ্মশালা আয়োজন কৰি এক প্ৰশংসনীয় আৰু দূৰদৰ্শী পদক্ষেপ গ্ৰহণ কৰিছে।

এই মহৎ উদ্যোগে অঞ্চলটোৰ বহু মেধাৱী আৰু আৰ্থিকভাৱে পিছপৰা শিক্ষাৰ্থীৰ বাবে নতুন আশাৰ দুৱাৰ মুকলি কৰিব। সমাজ উন্নয়নৰ ক্ষেত্ৰত এনে জনকল্যাণমূলক পদক্ষেপ নিঃসন্দেহে প্ৰশংসাৰ যোগ্য।

শুক্লাই ছেৰফাং মণ্ডল যুৱ মৰ্চাৰ তৰফৰ পৰা মাননীয় বিধায়ক শ্ৰী Victor Kumar Das ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন, কৃতজ্ঞতা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ।

আপোনাৰ এই মহৎ প্ৰয়াস সফল হওক, আৰু আগন্তুক দিনবোৰতো জনসাধাৰণৰ কল্যাণৰ বাবে এনে উন্নয়নমূলক পদক্ষেপ অব্যাহত থাকক—এইয়াই আমাৰ আন্তৰিক কামনা।

Himanta Biswa Sarma Dilip Saikia Jayanta Mallabaruah Victor Kumar Das
29/06/2026

Himanta Biswa Sarma
Dilip Saikia
Jayanta Mallabaruah
Victor Kumar Das

23/06/2026

ড° শ্যামাপ্ৰসাদ মুখাৰ্জীৰ বলিদান দিৱস উপলক্ষে বিনম্ৰ শ্ৰদ্ধাঞ্জলি।

ভাৰতৰ একতা, অখণ্ডতা আৰু ৰাষ্ট্ৰীয় স্বাৰ্থ ৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা মহান দেশভক্ত, বিশিষ্ট শিক্ষাবিদ আৰু দূৰদৰ্শী নেতা ড° শ্যামাপ্ৰসাদ মুখাৰ্জীক বলিদান দিৱসত গভীৰ শ্ৰদ্ধাৰে সোঁৱৰিছোঁ।
তেওঁৰ অমৰ ত্যাগ, দৃঢ় নেতৃত্ব আৰু দেশপ্ৰেমে সদায় আমাক অনুপ্ৰাণিত কৰি থাকিব। দেশৰ ঐক্য আৰু অখণ্ডতাৰ বাবে কৰা তেওঁৰ সংগ্ৰাম ভাৰতৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব।

বলিদান দিৱস উপলক্ষে মহান ৰাষ্ট্ৰনায়ক ড° শ্যামাপ্ৰসাদ মুখাৰ্জীক শত-শত প্ৰণাম আৰু বিনম্ৰ শ্ৰদ্ধাঞ্জলি।

29/05/2026

Address

Sukali Serfang , Tamulpur BTR
Guwahati

Website

Alerts

Be the first to know and let us send you an email when BJYM Suklai Serfang posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share