BJYM Suklai Serfang

BJYM Suklai Serfang OFFICIAL FACEBOOK PAGE OF BJYM SUKLAI SERFANG MANDAL

29/05/2026
24/05/2026
24/05/2026
আজি পৱিত্র অসম‌ বিধানসভাৰ বাকৰিত অসমৰ মহামহিম ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মাননীয় মুখ্যমন্ত্ৰী ড° Himanta...
22/05/2026

আজি পৱিত্র অসম‌ বিধানসভাৰ বাকৰিত অসমৰ মহামহিম ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ডাঙৰীয়াৰ সৈতে নৱগঠিত অসম বিধানসভাৰ সদস্যসকল।

Narendra Modi
Nitin Nabin
Dilip Saikia
Victor Kumar Das

ভাৰতীয় জনতা পাৰ্টি তামুলপুৰ জিলাৰ দৰঙ্গাজুলি মণ্ডল যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি মাননীয় দ্বিমালু বড়ো ডাঙৰীয়াৰ মৃত‍্যুৰ খবৰে...
28/04/2026

ভাৰতীয় জনতা পাৰ্টি তামুলপুৰ জিলাৰ দৰঙ্গাজুলি মণ্ডল যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি মাননীয় দ্বিমালু বড়ো ডাঙৰীয়াৰ মৃত‍্যুৰ খবৰে মৰ্মাহত কৰিলে। তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ।

ঔঁম শান্তি 🙏

Address

Sukali Serfang , Tamulpur BTR
Guwahati

Website

Alerts

Be the first to know and let us send you an email when BJYM Suklai Serfang posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share