Prakash Das Fan Club Hajo-Sualkuchi

Prakash Das Fan Club Hajo-Sualkuchi ৩০ নং হাজো-শুৱালকুছি বিধান সভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত প্ৰকাশ চন্দ্ৰ দাস দেৱৰ আমি অনুৰাগী।।

বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি হ্ৰাস পোৱাৰ সমস্যা আৰু ইয়াৰ সমাধানৰ লগতে শিক্ষাৰ মানোন্নয়ন সন্দৰ্ভত আজি হাজো শিক্ষা...
11/08/2026

বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি হ্ৰাস পোৱাৰ সমস্যা আৰু ইয়াৰ সমাধানৰ লগতে শিক্ষাৰ মানোন্নয়ন সন্দৰ্ভত আজি হাজো শিক্ষা খণ্ডৰ উদ্যোগত সুৰেন দাস স্বায়ত্ত শাসিত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনামূলক বৈঠকত অংশগ্ৰহণ কৰে হাজো শুৱালকুছি সমষ্টিৰ বিধায়ক শ্ৰীযুত প্ৰকাশ চন্দ্ৰ দাস দেৱে।।
Prakash Das
Himanta Biswa Sarma
Ajanta Neog
Atul Bora অতুল বৰা
BJP Assam Pradesh
অসম গণ পৰিষদ - Asom Gana Parishad -AGP
হাজো শুৱালকুছি সমষ্টিৰ যুৱশক্তি

11/08/2026
09/08/2026

প্ৰশিক্ষাৰ্থী সকলৰ বাবে সুখবৰ।
সকলোৱে যোগাযোগ কৰক।।
Prakash Das

08/08/2026

সমগ্ৰ শিক্ষা, অসমৰ অধীনত খোপনিকুছি আঞ্চলিক হাইস্কুলত নৱ-নিৰ্মিত ‘সংহত গণিত আৰু বিজ্ঞান গৱেষণাগাৰ’ ভৱনটোৰ শুভ উদ্বোধন কৰে হাজো শুৱালকুছি সমষ্টিৰ বিধায়ক শ্ৰীযুত প্ৰকাশ চন্দ্ৰ দাস দেৱ।।
Prakash Das
Himanta Biswa Sarma
BJP Assam Pradesh
অসম গণ পৰিষদ - Asom Gana Parishad -AGP
হাজো শুৱালকুছি সমষ্টিৰ যুৱশক্তি

08/08/2026

ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে বস্ত্ৰনগৰী শুৱালকুছিৰ তাঁত শিল্প উন্নয়ন সমিতিৰ উদ্যোগত আয়োজিত অনুষ্ঠানত উপস্থিত থাকি তাঁতশিল্পী, উদ্যোগী আৰু স্থানীয় ৰাইজৰ সৈতে মত-বিনিময় কৰে হাজো শুৱালকুছি সমষ্টিৰ বিধায়ক শ্ৰীযুত প্ৰকাশ চন্দ্ৰ দাস দেৱে।।
Prakash Das
অসম গণ পৰিষদ - Asom Gana Parishad -AGP
BJP Assam Pradesh
Atul Bora অতুল বৰা
Himanta Biswa Sarma
হাজো শুৱালকুছি সমষ্টিৰ যুৱশক্তি

08/08/2026

স্পৰ্টছ একাডেমী অৱ শুৱালকুছিৰ উদ্যোগত শুৱালকুছিৰ মাধৱদেৱ ক্ষেত্ৰত আয়োজিত 'ৰাষ্ট্ৰীয় জেভলিন দিৱস--২০২৬' আৰু জেভলিন থ্ৰ’ প্ৰতিযোগিতাত উপস্থিত থাকে হাজো শুৱালকুছি সমষ্টিৰ বিধায়ক শ্ৰীযুত প্ৰকাশ চন্দ্ৰ দাস দেৱ।।
Prakash Das
Himanta Biswa Sarma
Ajanta Neog
Atul Bora অতুল বৰা
BJP Assam Pradesh
অসম গণ পৰিষদ - Asom Gana Parishad -AGP

Address

Hajo,assam,india
Gauhati
781102

Website

Alerts

Be the first to know and let us send you an email when Prakash Das Fan Club Hajo-Sualkuchi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category