BJP OBC Morcha Chandrapur Mandal

BJP OBC Morcha Chandrapur Mandal Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BJP OBC Morcha Chandrapur Mandal, Political organisation, AMSING JORABAT, GUWAHATI, ASSAM., Gauhati.

চন্দ্ৰৰ বুকুত চন্দ্ৰযান ৩ ৰ সফল অৱতৰণ ☺️☺️চন্দ্ৰৰ দক্ষিণ মেৰুত চফ্ট লেণ্ডিং কৰিবলৈ সক্ষম হোৱা প্ৰথম দেশ হিচাপে ইতিহাস ৰচ...
23/08/2023

চন্দ্ৰৰ বুকুত চন্দ্ৰযান ৩ ৰ সফল অৱতৰণ ☺️☺️
চন্দ্ৰৰ দক্ষিণ মেৰুত চফ্ট লেণ্ডিং কৰিবলৈ সক্ষম হোৱা প্ৰথম দেশ হিচাপে ইতিহাস ৰচিলে ভাৰতে ।
চন্দ্ৰযান-৩ৰ এই অভিযানৰ সৈতে জড়িত ইছৰো ISRO ৰ প্ৰতিগৰাকী মহান বিজ্ঞানীলৈ শুভেচ্ছা ও অভিনন্দন জনাইছোঁ 🙏🙏 ভাৰত মাতা কী জয়। বন্দেমাতৰম।।🇮🇳🇮🇳🇮🇳

১৯৭৫ চনৰ ২৫ জুন তাৰিখে ঘোষণা কৰা "জৰুৰীকালীন অৱস্থা" ৰ অভিশপ্ত ইতিহাসক স্মৰণ কৰি দেশজুৰি পালন হোৱা "ক'লা দিৱস" ৰ সৈতে সং...
25/06/2023

১৯৭৫ চনৰ ২৫ জুন তাৰিখে ঘোষণা কৰা "জৰুৰীকালীন অৱস্থা" ৰ অভিশপ্ত ইতিহাসক স্মৰণ কৰি দেশজুৰি পালন হোৱা "ক'লা দিৱস" ৰ সৈতে সংগতি ৰাখি আজি গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাঙ্গণত অসম চৰকাৰৰ দ্বাৰা আয়োজিত অসমৰ লোকতন্ত্ৰৰ সেনানীসকললৈ সশ্ৰদ্ধ প্ৰণাম অনুষ্ঠানত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথা বিভিন্ন দপ্তৰৰ মন্ত্ৰী সকল অংশগ্ৰহণ কৰি লোকতন্ত্ৰ আন্দোলনৰ যোদ্ধাসকলক সম্বৰ্ধনা জ্ঞাপন কৰে ৷*

*উল্লেখ্য যে, অসমৰ ৯১ গৰাকী লোকতন্ত্ৰৰ সৈনিকক প্ৰতিমাহে ১৫,০০০/- টকাকৈ ৰাজ্য চৰকাৰে প্ৰদান কৰিব ৷ এই পদক্ষেপৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ ৷

ভাৰত মাতা কী জয়🇮🇳🇮🇳🇮🇳

05/04/2023

আজি দিনাংক ০৫/০৪/২০২৩ ইং তাৰিখে চন্দ্ৰপুৰ মণ্ডলৰ অন্তৰ্গত আমছিং যোৰাবাট গাঁওত "গাঁৱে গাঁৱে যাও ঘৰে ঘৰে যাওঁ" অভিযানৰ প্ৰস্তুতি সভাত অ বি চি মৰ্চাৰ ৰাষ্ট্ৰীয় প্ৰভাৰী শ্ৰীযুত সুৰেন্দ্ৰ সিং ডাঙৰীয়া , ৰাজ্যিক জিলা তথা মণ্ডলৰ বিষয়বীয়াসকল তথা দলীয় কাৰ্য্যকৰ্তাৰ লগতে আমসিং গাঁৱৰ নানা জাতি জনজাতিৰ সন্মানীয় ৰাইজৰ উপস্থিতিত এখন সভা অনুষ্ঠিত কৰা হয়।

আজি দিনাংক ০৫/০৪/২০২৩ ইং তাৰিখে চন্দ্ৰপুৰ মণ্ডলৰ অন্তৰ্গত আমছিং যোৰাবাট গাঁওত  "গাঁৱে গাঁৱে যাও ঘৰে ঘৰে যাওঁ" অভিযানৰ প্...
05/04/2023

আজি দিনাংক ০৫/০৪/২০২৩ ইং তাৰিখে চন্দ্ৰপুৰ মণ্ডলৰ অন্তৰ্গত আমছিং যোৰাবাট গাঁওত "গাঁৱে গাঁৱে যাও ঘৰে ঘৰে যাওঁ" অভিযানৰ প্ৰস্তুতি সভাত অ বি চি মৰ্চাৰ ৰাষ্ট্ৰীয় প্ৰভাৰী শ্ৰীযুত সুৰেন্দ্ৰ সিং ডাঙৰীয়া , ৰাজ্যিক জিলা তথা মণ্ডলৰ বিষয়বীয়াসকল তথা দলীয় কাৰ্য্যকৰ্তাৰ লগতে আমসিং গাঁৱৰ নানা জাতি জনজাতিৰ সন্মানীয় ৰাইজৰ উপস্থিতিত এখন সভা অনুষ্ঠিত কৰা হয়।

আজি ১৯/০৩/২০২৩ ইং তাৰিখে দলৰ নিৰ্দেশমতে বুথ সবলীকৰণৰ  বাবে চন্দ্ৰপুৰ মণ্ডলৰ  অন্তৰ্গত১৬৮, ১৬৯, ১৭০, ১৭১ নং বুথ ত হহৰা পঞ...
19/03/2023

আজি ১৯/০৩/২০২৩ ইং তাৰিখে দলৰ নিৰ্দেশমতে বুথ সবলীকৰণৰ বাবে চন্দ্ৰপুৰ মণ্ডলৰ অন্তৰ্গত১৬৮, ১৬৯, ১৭০, ১৭১ নং বুথ ত হহৰা পঞ্চায়ত ৰ সভাপতি শ্ৰী যুত হেমন্ত শৰ্মা বিস্তাৰক হিচাপে আহে লগতে আমছিং পঞ্চায়তৰ সভানেত্ৰী শ্ৰী কল্পনা বৰা বাইদেউ উপৰোক্ত বুথ সমূহৰ শক্তি প্ৰমুখ শ্ৰী ববী বৈৰাগী তথা বুথ সমূহৰ সভাপতি আৰু সমিতিৰ সদস্য বৃন্দৰ সৈতে মত বিনিময় কৰাৰ লগতে বুথ সবলীকৰণৰ প্ৰশিক্ষণ দিয়া হয়। উক্ত বুথ সবলীকৰণৰ প্ৰক্ৰিয়াত মণ্ডল সভানেত্ৰী মহোদয়াৰ নিৰ্দেশ অনুসৰি চন্দ্ৰপুৰ অ বি চি মৰ্চাৰ সাধাৰণ সম্পাদক শ্ৰী যুত প্ৰকাশ সিং থাপা মহোদয়ো উপস্থিত থাকে ।

আজি ১৬/০৩/২০২৩ ইং তাৰিখে জিলা অ বি চি মৰ্চা ৰ ৩ য় তম কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় উক্ত অনুষ্ঠানৰ জিলা সভাপতি মাননীয় ত...
16/03/2023

আজি ১৬/০৩/২০২৩ ইং তাৰিখে জিলা অ বি চি মৰ্চা ৰ ৩ য় তম কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় উক্ত অনুষ্ঠানৰ জিলা সভাপতি মাননীয় তপন চন্দ্ৰ দাস ডাঙৰীয়া উপ সভাপতি মাননীয় উৎপল দাস ডাঙৰীয়া অ বি চি মৰ্চাৰ সভাপতি মাননীয় আশ্বিনী ৰায় চৰকাৰ জিলা অ বি চি মৰ্চাৰ সভানেত্ৰী পুতুলি গগৈ বাইদেউ তথা সাধাৰণ সম্পাদক ৰাটুল নাথ ডাঙৰীয়া ৰ লগতে দলৰ ৰাজ্যিক জিলা তথা মণ্ডল পৰ্য্যায়ৰ বিভিন্ন বিষয়ববীয়া সকল উপস্থিত থাকে

আজি মাননীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱে দেশবাসীক সম্বোধন কৰা "মন কী বাত" অনুষ্ঠান কাৰ্য্যসূচী ত আমছিং গাওঁ পঞ্চায়...
25/09/2022

আজি মাননীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱে দেশবাসীক সম্বোধন কৰা "মন কী বাত" অনুষ্ঠান কাৰ্য্যসূচী ত আমছিং গাওঁ পঞ্চায়তৰ 168 আৰু 171 বুথ সমিতিত চন্দ্ৰপুৰ অ বি চি মৰ্চাৰ সভাপতি তথা সাধাৰণ সম্পাদকদ্বয় দলে দায়িত্ব দিয়া ধৰণে উপস্থিত থাকে আৰু পণ্ডিত দিনদয়াল উপাধ্যায়দেৱ ৰ জন্মদিন উপলক্ষ্যে অঙ্গণবাড়ী কেন্দ্ৰত গছৰ পুলি ৰুপণ কৰে।
ধন্যবাদ

আজি ৭৫ তম স্বাধীনতা দিৱস অমছিং গাওঁ পঞ্চয়ত কাৰ্য্যালয় ত পালন কৰা হয়। অমছিং গাওঁ পঞ্চয়তৰ সভানেত্ৰী কল্পনা বৰা বাইদেৱে...
15/08/2022

আজি ৭৫ তম স্বাধীনতা দিৱস অমছিং গাওঁ পঞ্চয়ত কাৰ্য্যালয় ত পালন কৰা হয়। অমছিং গাওঁ পঞ্চয়তৰ সভানেত্ৰী কল্পনা বৰা বাইদেৱে পতাকা উত্তোলন কৰে। উক্ত কাৰ্যসূচীত পঞ্চায়তৰ সচিব মহোদয় , পঞ্চায়তৰ কৰ্মীবৃন্দৰ লগতে ভাৰতীয় জনতা পাৰ্টি চন্দ্ৰপুৰ মণ্ডলৰ বিভিন্ন বিষয়বৱীয়াসকল, মৰ্চাৰ সদস্যবৃন্দ আৰু বুথ সভাপতি, সদস্যবৃন্দ সকলোৰে উপস্থিতিত আজিৰ এই ৭৫ তম স্বাধীনতা দিৱস সুচাৰু ৰূপে উদযাপন হয়।🇳🇪🇳🇪🇳🇪 বন্দেমাতৰম

15/08/2022

Address

AMSING JORABAT, GUWAHATI, ASSAM.
Gauhati

Website

Alerts

Be the first to know and let us send you an email when BJP OBC Morcha Chandrapur Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share