11/07/2026
মোৰ শৈশৱৰ এগৰাকী প্ৰিয় বন্ধু আলী ৰেজা আহমেদ ডাঙৰীয়াৰ অলপতে পৰলোকপ্ৰাপ্তি হয়। তেখেতৰ বিয়োগত মই অত্যন্ত মৰ্মাহত হৈছোঁ। আজি তেখেতৰ গুৱাহাটী, লাখটকীয়া স্থিত বাসগৃহত উপস্থিত হৈ তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ।
শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰাৰ লগতে তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।শোকাহত পৰিয়ালবৰ্গক এই কঠিন সময়ত শক্তি আৰু সাহস প্ৰদান কৰিবলৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।
ওঁ শান্তি🙏