AISF - Assam State Council

AISF - Assam State Council Revolutionary salute to all friends, comrades, students and people of the world
PEACE! PROGRESS!! SCIENTIFIC SOCIALISM!!! STUDY & STRUGGLE

29/08/2026

ছাত্ৰ ছাত্ৰী শৈক্ষিক মাছুল বৃদ্ধি হোৱাক লৈ সৰৱ এ আই এছ এফ অসম ৰাজ্য পৰিষদ ..

সংবিধানৰ  চতুৰ্থ স্তম্ভ ওপৰত কৰা আক্ৰমণ বন্ধ কৰক ।
29/08/2026

সংবিধানৰ চতুৰ্থ স্তম্ভ ওপৰত কৰা আক্ৰমণ বন্ধ কৰক ।

29/08/2026

ৰ প্ৰভাৱ সকলো মহাবিদ্যালয় বিশ্ববিদ্যালয়ত পৰিছে৷ ছাত্ৰছাত্ৰীৰ মাচুল বৃদ্ধি কৰি শিক্ষানুষ্ঠান পৰিচালনা কৰাৰ ইংগিত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত আছে৷ যাৰ বাবেই আমি ইয়াৰ বিৰোধিতা কৰি আহিছোঁ৷ ইয়াৰ প্ৰভাৱ ইতিমধ্য প্ৰায় বিলাক মহাবিদোলয়ত পৰিছে , বিশেষ ভাবে আমি AISF য়ে দাবী কৰিছিলো যে বানবিধস্ত সকলো বিলাক বিদ্যালয় মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় শিক্ষাৰ সকলো মাচুল ৰাহাই দিব লাগিব । যোৱা কালি ইতিমধে দেখাপোৱা গল যে বানবিধস্ত অঞ্চলৰ
গড়গাওঁ মহাবিদ্যালয়ৰ ছাত্ৰসমাজে ইয়াৰ বিৰোদ্ধে আন্দোলন কৰিব বাবে উলাই আহিব লগা হৈছে এই আন্দোলনৰ প্ৰতি আমি AISF য়ে পূৰ্ণ সমৰ্থন প্ৰকাশ কৰিছোঁ৷ বানে শেষ কৰাৰ পিছত আমি মহাবিদ্যালয় কৰ্তৃপক্ষক দাবী জনাইছোঁ সকলোকে বিনামূলীয়াকৈ নামভৰ্তি কৰিবলৈ দিয়ক৷ শিক্ষা আৰু স্বাস্থ্য সম্পূৰ্ণ বিনামূলীয়া দেশৰ জনগণৰ বাবে প্ৰযোজ্য হ'ব লাগে। গতিকে সমূহ ছাত্ৰসমাজক বাতিল কৰি সকলোকে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনালো৷

আজি গোলাঘাটত আমাৰ সংগঠনৰ প্ৰতি আকৰ্ষিত হৈ এই তিনি জন ছাত্ৰই  সংগঠনৰ সদস্য পদ গ্ৰহণ কৰে ।
28/08/2026

আজি গোলাঘাটত আমাৰ সংগঠনৰ প্ৰতি আকৰ্ষিত হৈ এই তিনি জন ছাত্ৰই সংগঠনৰ সদস্য পদ গ্ৰহণ কৰে ।

গোলাঘাটৰ সাংবাদিকৰ ওপৰত বনকৰ্মীয়ে কৰা দু-ব্যৱসাৰ আজি ৭ দিন উকলি যোৱা পিছতো বনকৰ্মী দুজনৰ ওপৰত  কোনো আইনি ব্যৱস্থা গ্ৰহণ ...
28/08/2026

গোলাঘাটৰ সাংবাদিকৰ ওপৰত বনকৰ্মীয়ে কৰা দু-ব্যৱসাৰ আজি ৭ দিন উকলি যোৱা পিছতো বনকৰ্মী দুজনৰ ওপৰত কোনো আইনি ব্যৱস্থা গ্ৰহণ নকৰা বাবে আজি গোলাঘাট জিলাৰ সাংবাদিক আৰু দল সংগঠনৰ সহযোগত গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত আমি AISF ৰ পক্ষৰ পৰা এক প্ৰতিনিধি দল উপস্থিত থাকো ।

এতিয়া আমি নদী বান্ধ বিচাৰিম নে ?
26/08/2026

এতিয়া আমি নদী বান্ধ বিচাৰিম নে ?

গোলাঘাটৰ কেমেৰা পাৰ্ছন, ফটো সাংবাদিক দীপন ৰাজবংশীৰ  অকাল বিয়োগ মৰ্মাহত হৈছো সাংবাদিক দীপন ৰাজবংশীক শেষ শুদ্ধাঞ্জলি জনোৱ...
26/08/2026

গোলাঘাটৰ কেমেৰা পাৰ্ছন, ফটো সাংবাদিক দীপন ৰাজবংশীৰ অকাল বিয়োগ মৰ্মাহত হৈছো সাংবাদিক
দীপন ৰাজবংশীক শেষ শুদ্ধাঞ্জলি জনোৱা লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনৰ AISF তৰফৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিলো ।

 #শিক্ষা আমাৰ মৌলিক অধিকাৰ । ইয়াক আমি খব্ব কৰিবলৈ দিয়া নহব ।
25/08/2026

#শিক্ষা আমাৰ মৌলিক অধিকাৰ । ইয়াক আমি খব্ব কৰিবলৈ দিয়া নহব ।

24/08/2026
24/08/2026

ৰাজহুৱা শিক্ষা ব্যৱস্থাক যে ধ্বংসৰ দিশে ঠেলি দিয়া হৈছে তাৰ প্ৰমাণ হৈছে। শিক্ষাৰ বাজেটত অংশ ৩.০৭%ৰ পৰা হ্ৰাস কৰি ১.৫৬% কৰা হৈছে, আৰু তাৰ লগতে দেশ খনত প্ৰায় ১ লাখ চৰকাৰী বিদ্যালয় বন্ধ বা একত্ৰিত কৰা হৈছে, আৰু প্ৰায় ১০ লাখ শিক্ষকৰ পদ এতিয়াও খালী হৈ আছে। ইয়াৰ বিৰোদ্ধে সকলোকে একলগ সবলৈ আহ্বান জনালো ।

Address

Head Office/Rajgarh Road , Near By-Lane 6
Guwahati
781007

Telephone

7577890598

Alerts

Be the first to know and let us send you an email when AISF - Assam State Council posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share