Samujjal Kumar Bhattacharya Unofficial

Samujjal Kumar Bhattacharya Unofficial Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Samujjal Kumar Bhattacharya Unofficial, Social service, Gauhati.

09/05/2026

22/04/2026

গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানীক লৈ সৰৱ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য।

অতিশীঘ্ৰে এই সমস্যাৰ স্থায়ী সমাধানৰ দাবী আছুৰ মুখ্য উপদেষ্টা গৰাকীৰ।

11/02/2026
🙏🏻
11/07/2025

🙏🏻

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত APS Rank 1 পোৱা জন দাস নামৰ বিষয়াজনৰ সংক্ৰান্তত আছুৰ মুখ‍্য উপদেষ্টা ড• সমুজ্জ্বল ভট্টাচাৰ্য‍...
18/02/2025

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত APS Rank 1 পোৱা জন দাস নামৰ বিষয়াজনৰ সংক্ৰান্তত আছুৰ মুখ‍্য উপদেষ্টা ড• সমুজ্জ্বল ভট্টাচাৰ্য‍্যৰ নাম সাঙোৰ খোৱা পৰিলক্ষিত হৈছে। প্ৰতিবেদনত মাত্ৰ কৈছে যে জন দাস আছু নেতা ড• সমুজ্জ্বল ভট্টাচাৰ্যৰ ঘনিষ্ঠ বুলি অভিযোগ আছে।

ৰাইজে জনা ভাল জন দাস কিদৰে সমুজ্জ্বল ভট্টাচাৰ্য‍্যৰ চিনাকি। জন দাস অতি দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ আছিল। পাঠশালাস্থিত কৃষ্ণকান্ত সন্দিকৈ চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা ২০০৯ বৰ্ষত ষ্টেণ্ড কৰিছিল। উচ্চতৰ মাধ‍্যমিক কলা শাখাত অষ্টম স্থান লাভ কৰিছিল।

তেওঁৰ পৰিয়াল উচ্চ শিক্ষাৰ খৰচ বহন কৰিবলৈ অপাৰগ আছিল। ড• সমুজ্জ্বল ভট্টাচাৰ্য‍্যই মেধাৱী ছাত্ৰ জন দাসৰ উচ্চ শিক্ষাৰ খৰচ বহন কৰিছিল।

মনত ৰাখিব, প্ৰতিবেদনত ক’তো উল্লেখ বা অভিযোগ নাই যে সমুজ্জ্বল ভট্টাচাৰ্য‍্যই চাকৰি দিয়াইছে। মাথোঁ কৈছে যে জন দাস আছু নেতা সমুজ্জ্বল ভট্টাচাৰ্য‍্যৰ ঘনিষ্ঠ বুলি অভিযোগ আছে।

হায়াৰ ছেকেণ্ডেৰীত ষ্টেণ্ড কৰা ল’ৰা এজনে APS Rank 1 লাভ কৰাটোত আচৰিত হ’বলগীয়া কি আছে? হায়াৰ ছেকেণ্ডেৰীত ষ্টেণ্ড কৰা ল’ৰা এজনৰ শিক্ষাৰ খৰচ বহন কৰাটো অপৰাধ হ’ব পাৰে নে সমুজ্জ্বল ভট্টাচাৰ্য‍্যৰ?

সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱসটি এইবেলি সদৌ গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, বগুৱান আঞ্চলিক ছাত্ৰ সন্থাৰ...
13/12/2024

সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱসটি এইবেলি সদৌ গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, বগুৱান আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত আৰু ৰাইজৰ অভিভাৱকত্বত যোৱা ১০ ডিচেম্বৰ ২০২৪ ইং তাৰিখে অনুষ্ঠিত হৈ যায়।

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when Samujjal Kumar Bhattacharya Unofficial posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category