05/06/2026
আজি চুনচলি হাইস্কুল, চেক্টৰ ১ ত "প্ৰকৃতি সেৱা মঞ্চ"ৰ উদ্যোগত অনুষ্ঠিত হৈ যোৱা "বিশ্ব পৰিৱেশ দিৱস" উপলক্ষে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মাজত মুকলি কুইজ প্ৰতিযোগিতাৰ কিছু মূহুৰ্ত
Padmini Baruah
#প্ৰকৃতি