Goalpara Dist Bjp mohila morcha

Goalpara Dist Bjp mohila morcha Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Goalpara Dist Bjp mohila morcha, Political Party, Gopal para, Goalpara.

07/07/2026

"VBG RAM G"আঁচনি



.

পণ্ডিত দীনদয়াল উপধায় প্ৰশিক্ষন মহা - অভিযান   ২০২৬......    বালিজানা মণ্ডলৰ কিছু দৃশ্য .............
28/06/2026

পণ্ডিত দীনদয়াল উপধায় প্ৰশিক্ষন মহা - অভিযান
২০২৬......
বালিজানা মণ্ডলৰ কিছু দৃশ্য .............




Good morning ......
28/06/2026

Good morning ......



19/06/2026

'বিকশিত ভাৰত'ৰ সংকল্পক সাৰোগত কৰি গ্ৰাম্য অৰ্থনীতি সবলীকৰণ তথা শ্ৰমজীৱীসকলৰ জীৱনৰ মান উন্নীতকৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

অহা ১ জুলাইৰ পৰা কাৰ্যকৰী হ'বলগীয়া ‘নিয়োগ আৰু জীৱিকা নিশ্চয়তা অভিযান গ্রামীণ’ৰ অধীনত ১২৫ দিনৰ কৰ্মসংস্থাপন সুনিশ্চিত হ’ব। ২,১৪৪ কোটি টকাৰ বিনিয়োগেৰে এই উদ্যোগে গ্ৰা4ম্য পৰিয়ালসমূহক আৰ্থিক সুৰক্ষা প্ৰদান কৰাৰ লগতে আত্মনিৰ্ভৰশীল অসম গঢ়াৰ যাত্ৰাক অধিক গতিশীল কৰি তুলিব।

Himanta Biswa Sarma
Dilip Saikia
Nilima Devi

আজি গোৱালপাৰা জিলা কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টীৰ দুধনৈ আৰু পশ্চিম গোৱালপাৰা বিধান সভা সমষ্টিৰ সন্মানীয় বিধায়ক মাননীয...
19/06/2026

আজি গোৱালপাৰা জিলা কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টীৰ দুধনৈ আৰু পশ্চিম গোৱালপাৰা বিধান সভা সমষ্টিৰ সন্মানীয় বিধায়ক মাননীয় টংকেশ্বৰ ৰাভা ডাঙৰীয়া আৰু সন্মানীয় বিধায়ক মাননীয় পৱিত্ৰ ৰাভা ডাঙৰীয়াৰ জিলা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় 🙏🙏🙏





19/06/2026

অসম বিধান সভাৰ মাননীয় উপাধ্যক্ষ পদৰ বাবে আমাৰ প্রার্থী হ’ব আমৰি (অনুসূচিত জনজাতি) পার্বত্যৰ মাননীয় বিধায়ক ডা: হাব্বে টেৰন।

এজন চিকিৎসা পেছাদাৰী আৰু নৱগঠিত আমৰি সমষ্টিৰ প্ৰথম নিৰ্বাচিত প্ৰতিনিধি ডাঃ টেৰনে আমাৰ জনজাতীয় সম্প্ৰদায়ৰ আকাংক্ষাক প্ৰতিনিধিত্ব কৰাৰ লগতে বিধান সভাত কাৰ্বি আংলং আৰু ডিমা হাছাওৰ কণ্ঠস্বৰক অধিক শক্তিশালী কৰিব।

এই বিশেষ মুহূর্তত তেখেতলৈ ৰাজ্যিক মহিলা মৰ্চাৰ তৰফৰ পৰা অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

Himanta Biswa Sarma
Dilip Saikia
Nilima Devi

15/06/2026
15/06/2026
15/06/2026

Address

Gopal Para
Goalpara

Website

Alerts

Be the first to know and let us send you an email when Goalpara Dist Bjp mohila morcha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share