Nasini Hasong

Nasini Hasong Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Nasini Hasong, Social service, Rabha Hasong, Goalpara.

21/02/2026
21/02/2026
নিখিল ৰাভা ছাত্ৰ সন্থাৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। গোলাঘাট জিলা ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত ধূপগুৰিত অনুষ্ঠিত প্ৰতিষ...
21/02/2026

নিখিল ৰাভা ছাত্ৰ সন্থাৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। গোলাঘাট জিলা ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত ধূপগুৰিত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য টংকেশ্বৰ ৰাভা।

। ।

আহি আছে আমাৰ ৰাভা সকলৰ বিশেষ উৎসৱ দ'দান ৰজাৰ মেলা ।  #ৰাভা_হাছং_স্বায়ত্বশাসিত_পৰিষদ #দ'দান_মেলা #দ'দান_ৰাজা
25/01/2026

আহি আছে আমাৰ ৰাভা সকলৰ বিশেষ উৎসৱ দ'দান ৰজাৰ মেলা ।
#ৰাভা_হাছং_স্বায়ত্বশাসিত_পৰিষদ
#দ'দান_মেলা
#দ'দান_ৰাজা



01/12/2025

SIXTH SCHEDULE IS OUR CONSTITUTIONAL RIGHTS ✊
এইবাৰ ৰাভা মানুহৰ মাত কোনেও দমন কৰিব নোৱাৰে ।

30/11/2025

tribal জাগিবই
tribal এতিয়া ক্ষান্ত নাথাকে৷
নিজ কাঁহীৰ ভাত কোনোবাই কাঢ়ি খাব বিচাৰিব,তাত সকলোৱে বাধা দিবই৷স্পষ্ট কথা৷
Tribal unity long live

30/11/2025

এই সমূহ ষড়যন্ত্ৰ চলি আছে আমাৰ ওপৰত জাগো জনজাতি একত্ৰিত হৈ লোৱা।🙏🙏🙏

অসমৰ জনজাতি একত্ৰিত হোৱাৰ সময় আহি পৰিছে। বৰ্তমান এই চৰকাৰে আমাৰ অধিকাৰ বিনষ্ট কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ দৃশ্য দেখা গৈ আছ...
30/11/2025

অসমৰ জনজাতি একত্ৰিত হোৱাৰ সময় আহি পৰিছে। বৰ্তমান এই চৰকাৰে আমাৰ অধিকাৰ বিনষ্ট কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ দৃশ্য দেখা গৈ আছে। আমাৰ শক্তি এতিয়াৰ পৰা দেখোৱাৰ দিন আহিছে।
নমস্কাৰ।🙏🙏নেমৰাছং।,,🙏🙏🙏🙏

30/11/2025

জাগো ৰাভা জাগো নেমৰাছং।🙏🙏

30/11/2025

ৰাভাসকল একত্ৰিত হোৱাৰ সময় আহিছে নহ'লে আমাৰ অধিকাৰ বিনষ্ট হ'ব।
নেমৰাছং।🙏🙏🙏

30/11/2025

Address

Rabha Hasong
Goalpara

Telephone

+919101952993

Website

Alerts

Be the first to know and let us send you an email when Nasini Hasong posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Nasini Hasong:

Share

Category