ATTSA dufflaghur primary unit

ATTSA dufflaghur primary unit Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ATTSA dufflaghur primary unit, Social service, Dufflaghur tea Estate, Gohpur.

আটছা জিন্দাবাদ ✊
27/02/2026

আটছা জিন্দাবাদ ✊

অসম চাহ জনজাতি ছাএ সন্থা কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি শ্ৰীযুত ধিৰাজ গুৱালা ডাঙৰীয়া আৰু বিশ্বনাথ জিলা সমিতিৰ সভাপতি...
05/02/2026

অসম চাহ জনজাতি ছাএ সন্থা কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি শ্ৰীযুত ধিৰাজ গুৱালা ডাঙৰীয়া আৰু বিশ্বনাথ জিলা সমিতিৰ সভাপতি শ্ৰীযুত মহেশ চত্ৰি তাঁতী দাদা লৈ জন্ম দিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

অসম চাহ জনজাতি ছাএ সন্থা কেন্দ্ৰীয় সমিতিৰ নৱনিৰ্বাচিত সভাপতি শ্ৰীযুত জগদীশ বৰাইক ডাঙৰীয়া আৰু নৱনিৰ্বাচিত সম্পাদক শ্ৰীয...
19/10/2025

অসম চাহ জনজাতি ছাএ সন্থা কেন্দ্ৰীয় সমিতিৰ নৱনিৰ্বাচিত সভাপতি শ্ৰীযুত জগদীশ বৰাইক ডাঙৰীয়া আৰু নৱনিৰ্বাচিত সম্পাদক শ্ৰীযুত সুনিল তিৰ্কি ডাঙৰীয়াক ডফলাগড় চাহ বাগিছা প্ৰাথমিক গোট তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ।
আটছা জিন্দাবাদ 🙏

আজি আমি ডফলাগড় চাহ বাগিছাৰ কেকুৰিজান গাওঁ পঞ্চায়তৰ প্ৰাংগনত অসম চাহ জনজাতি ছাএ সন্থা পশ্চিম ছয়দূৱাৰ উপশাখা সমিতৰ উদ্য...
20/09/2025

আজি আমি ডফলাগড় চাহ বাগিছাৰ কেকুৰিজান গাওঁ পঞ্চায়তৰ প্ৰাংগনত অসম চাহ জনজাতি ছাএ সন্থা পশ্চিম ছয়দূৱাৰ উপশাখা সমিতৰ উদ্যোগত তথা ডফলাগড় চাহ বাগিছাৰ প্ৰাথমিক গোটৰ আৰু সমুহ কেকুৰিজান গাঁও বাসিৰ সহযোগত ঁজুবিন গাৰ্গ লৈ‌ গভিৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।

কৰম পৰৱৰ উপলক্ষে ডফলাগড় চাহ জনজাতি ছাএ সন্থা প্ৰাথমিক গোটৰ তৰফৰ পৰা সকলোকে আন্তৰিক শুভেচ্ছা জনালোঁ।🙏
03/09/2025

কৰম পৰৱৰ উপলক্ষে ডফলাগড় চাহ জনজাতি ছাএ সন্থা প্ৰাথমিক গোটৰ তৰফৰ পৰা সকলোকে আন্তৰিক শুভেচ্ছা জনালোঁ।🙏

অসম চাহ জনজাতি ছাএ সন্থা বিশ্বনাথ জিলা সমিতিৰ নৱনিৰ্বাচিত সম্পাদক তথা আমাৰ অতিকৈ মৰমৰ দাদা শ্ৰীযুত নিলোতপল ৰৱিদাস ডাঙৰীয...
29/08/2025

অসম চাহ জনজাতি ছাএ সন্থা বিশ্বনাথ জিলা সমিতিৰ নৱনিৰ্বাচিত সম্পাদক তথা আমাৰ অতিকৈ মৰমৰ দাদা
শ্ৰীযুত নিলোতপল ৰৱিদাস ডাঙৰীয়াক আমি ডফলাগড় চাহ বাগিছা প্ৰাথমিক গোট (আটছা) তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।

অসম চাহ জনজাতি ছাএ সন্থা বিশ্বনাথ জিলা সমিতিৰ নৱ-নিৰ্বাচিত সম্পাদক শ্ৰীযুত নিলোতপল ৰৱিদাস ককাইদেউ আৰু সভাপতি শ্ৰীযুত মহে...
27/08/2025

অসম চাহ জনজাতি ছাএ সন্থা বিশ্বনাথ জিলা সমিতিৰ নৱ-নিৰ্বাচিত সম্পাদক শ্ৰীযুত নিলোতপল ৰৱিদাস ককাইদেউ আৰু সভাপতি শ্ৰীযুত মহেশ ছএী ককাইদেউ লৈ আন্তৰিক শুভেচ্ছা জনালোঁ।

NEET পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ চাহ জনগোষ্ঠী তথা গহপুৰলৈ গৌৰৱ কঢ়িয়াই অনা নিৰ্মলা চাহ বাগিছাৰ শ্ৰী কৃষ্ণ ভুমিজৰ জেষ্...
19/08/2025

NEET পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ চাহ জনগোষ্ঠী তথা গহপুৰলৈ গৌৰৱ কঢ়িয়াই অনা নিৰ্মলা চাহ বাগিছাৰ শ্ৰী কৃষ্ণ ভুমিজৰ জেষ্ঠ পুত্ৰ শ্ৰী বিমল ভুমিজে লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয়ত শিক্ষা গ্ৰহণৰ বাবে আসন লাভ কৰা খবৰে আমাক উৎফল্লিত কৰিছে ।শ্ৰী বিমল ভুমিজক আমাৰ তৰফৰ পৰা অভিনন্দন জনালোঁ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ।

🙏🙏
18/08/2025

🙏🙏

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি তথা সমাজ হিতৈষী চাইমন সিং হৰ' দেৱক তেখেতৰ ৪৬ সংখ্যক মৃত্যবাৰ্ষিকীত শ্ৰদ্ধ...
25/06/2025

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি তথা সমাজ হিতৈষী চাইমন সিং হৰ' দেৱক তেখেতৰ ৪৬ সংখ্যক মৃত্যবাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ।🙏

Our leader 😎🙏
15/06/2025

Our leader 😎🙏

Address

Dufflaghur Tea Estate
Gohpur
784171

Telephone

+918011880705

Website

Alerts

Be the first to know and let us send you an email when ATTSA dufflaghur primary unit posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to ATTSA dufflaghur primary unit:

Share

Category