08/09/2023
#অভিনন্দন 💐💐
আপ অসমৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্ত মৰ্মে জিলা পৰ্য্যায়ত কৃষক শক্তিৰ সাংগঠনিক কাম কাজ নিৰীক্ষণ কৰিবলৈ আপ অসম ৰাজ্যিকৰ কাৰ্যবাহী সদস্য ৰঞ্জিত শৰ্মা ডাঙৰীয়া আৰু ভৈৰৱ গগৈ ডাঙৰীয়াক দায়িত্ব অৰ্পন কৰা হয় ।
আপ অসমৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। 💐💐