Sri Nabajit Saikia

Sri Nabajit Saikia Social activities

31/12/2025

সকলোলৈকে ইংৰাজী নৱবৰ্ষ ২০২৬ ৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

22/02/2024

গৰুখুঁটি প্ৰকল্পই কেৱল যে আৰ্থিকভাৱেই লাভান্বিত কৰিছে তেনে নহয়; ই অসমীয়াৰ অন্তৰ্নিহিত স্বাভিমানক সমৃদ্ধিৰ বাট দেখুৱাইছে। বেদখলৰ পৰা ভূমি পুনৰুদ্ধাৰৰ প্ৰসংগই স্বকীয়ভাৱেই বহু কথা উপস্থাপন কৰে। মাননীয় বিধায়ক শ্ৰীপদ্ম হাজৰিকাই এই গৰুখুঁটি প্ৰকল্পৰ বাবে দৃষ্টান্তমূলক নিষ্ঠা প্ৰদৰ্শন কৰিছে। দীৰ্ঘম্যাদী আৰ্থিক লাভালাভ নিশ্চিতভাৱে বাস্তৱায়িত কৰা হ’ব যদিও আমি অসমীয়া জনসাধাৰণৰ গৌৰৱ আৰু প্ৰতিপত্তি ৰক্ষাৰ প্ৰতিশ্ৰুতিত অটল হৈ আছোঁ৷ আৰ্থিক বিবেচনাতকৈ জাতিৰ মংগলক আমি সদায়ে অগ্ৰাধিকাৰ প্ৰদান কৰিছোঁ।

Padma Hazarika

22/02/2024
অসমৰ সকলো ভক্ত প্ৰাণ ৰাইজলৈ পবিত্ৰ ভাদ মাহৰ আন্তৰিক শুভেচ্ছা জনালোঁ।ভগৱানে সকলোকে মঙ্গল কৰক।
19/08/2023

অসমৰ সকলো ভক্ত প্ৰাণ ৰাইজলৈ পবিত্ৰ ভাদ মাহৰ আন্তৰিক শুভেচ্ছা জনালোঁ।ভগৱানে সকলোকে মঙ্গল কৰক।

11/05/2023
11/05/2023

সকলোকে নিমন্ত্ৰন জনালোঁ।

সকলোকে নিমন্ত্ৰন জনালোঁ  ধন্যবাদ । Have invited everyone thanks
22/03/2022

সকলোকে নিমন্ত্ৰন জনালোঁ ধন্যবাদ । Have invited everyone thanks

13/01/2022

সকলোলৈকে মাঘৰ বিহুৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জনালোঁ।

31/12/2021

মোৰ ফালৰ পৰা আপোনাৰ লগতে পৰিয়ালৰ সকলোটিলৈ ইংৰাজী নৱবৰ্ষৰ (২০২২) আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।আশা কৰোঁ আপুনি হাতত লোৱা সপোনবোৰ বাস্তৱত পৰিণত হওক ।এইবৰ্ষই সকলোৰে মাজত মিলাপ্ৰীতিৰ এনাজৰী বান্ধোনেৰে এখন সুন্দৰ সমাজ গঢ়লৈ উথক ।

পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা পূৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ অপূৰ্ণ আশাপৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা পূৰাবা...
20/06/2021

পৰজনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা পূৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ অপূৰ্ণ আশা
পৰজনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা পূৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ অপূৰ্ণ আশা।
এই জনমৰ কুসুম মালা
যতনে তুমি গাঁঠি ৰাখিলা.................... আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা এই মৃত্যু বাৰ্ষিকীত তেওঁ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। জয় আই অসম।

সমূহ ইছলাম ধৰ্মীয় লোকসকলক মোৰ ফালৰ পৰা ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
14/05/2021

সমূহ ইছলাম ধৰ্মীয় লোকসকলক মোৰ ফালৰ পৰা ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

Happy international nurses Day
12/05/2021

Happy international nurses Day

Address

Golaghat
785625

Website

Alerts

Be the first to know and let us send you an email when Sri Nabajit Saikia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category