ভাৰতীয় জনতা যুৱ মৰ্চা চিনাতলী মণ্ডল

  • Home
  • India
  • Golaghat
  • ভাৰতীয় জনতা যুৱ মৰ্চা চিনাতলী মণ্ডল

ভাৰতীয় জনতা যুৱ মৰ্চা  চিনাতলী মণ্ডল ভাৰতীয় যুৱ মৰ্চা চিনাতলি মণ্ডল

খুমটাই সমষ্টিৰ জনপ্ৰিয় বিধায়ক  মৃণাল  শইকীয়া  ডাঙৰীয়ালৈ জন্ম দিনৰ আন্তৰিক শুভেচ্ছা আৰু  অভিনন্দন জনালোঁ ।Mrinal Saikia
28/07/2026

খুমটাই সমষ্টিৰ জনপ্ৰিয় বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়ালৈ জন্ম দিনৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ ।
Mrinal Saikia

05/05/2026
05/05/2026
04/05/2026

আকৌ এবাৰ বিজেপি চৰকাৰ

খুমটাই সমষ্টিত তৃতীয় বাৰৰ বাবে ৫৯১০৭ ভোটৰ ব্যৱধানত জয়  লাভ কৰে জনপ্ৰিয় বিধায়ক মৃণাল শইকীয়া দেৱে ।তেখেতক আন্তৰিক অভিনন্দ...
04/05/2026

খুমটাই সমষ্টিত তৃতীয় বাৰৰ বাবে ৫৯১০৭ ভোটৰ ব্যৱধানত জয় লাভ কৰে জনপ্ৰিয় বিধায়ক মৃণাল শইকীয়া দেৱে ।তেখেতক আন্তৰিক অভিনন্দন জনালোঁ । 
ভাৰত মাতা কী জয় ।

04/05/2026

আকৌ এবাৰ NDA ৰ চৰকাৰ
ভাৰত মাতা কী জয়

03/05/2026

:


Counting Agents Of Khumtai.
My Team - My Strength .

"চ'ততে চকৰি      ব'হাগত বগৰী        জেঠতে আমনা ধান, গৰু বিহুৰ দিনা    আশীৰ্বাদ ল'লেহে       বৈকুণ্ঠত পাবাগৈ স্থান ।'"অস...
14/04/2026

"চ'ততে চকৰি ব'হাগত বগৰী
জেঠতে আমনা ধান, 
গৰু বিহুৰ দিনা আশীৰ্বাদ ল'লেহে
বৈকুণ্ঠত পাবাগৈ স্থান ।'"
অসমীয়া চহা জীৱনৰ প্ৰাণৰ উৎসৱ "গৰু বিহু'ৰ প্ৰৱিত্ৰ ক্ষণে অসমবাসীক অনুপম প্ৰাপ্তিৰে ঋদ্ধ কৰক ।

উন্ময়ন অন্য এক নাম মৃণাল শইকীয়া ডাঙৰীয়া । পুনৰ বাৰ খুমটাই সমষ্টিত মৃণাল শইকীয়া দেৱক বিধায়ক হিচাপে নিৰ্বাচিত কৰি উন্ময়নৰ ...
08/04/2026

উন্ময়ন অন্য এক নাম মৃণাল শইকীয়া ডাঙৰীয়া । পুনৰ বাৰ খুমটাই সমষ্টিত মৃণাল শইকীয়া দেৱক বিধায়ক হিচাপে নিৰ্বাচিত কৰি উন্ময়নৰ প্ৰবাহমান অব্যাহত ৰাখিৱলৈ সমষ্টিৰ প্ৰতিজন ৰাইজৰ প্ৰতি শ্ৰুতিবদ্ধ ।
#এই যাত্ৰাৰ শেষ নাই এই ধাৰা চিৰ প্ৰৰ্বাহমান #
মৃণাল শইকীয়া জিন্দাবাদ #
Mrinal Saikia

Address

Khumtai
Golaghat

Website

Alerts

Be the first to know and let us send you an email when ভাৰতীয় জনতা যুৱ মৰ্চা চিনাতলী মণ্ডল posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share