Plabon Bordoloi

Plabon Bordoloi Plabon Bordoloi is a simple living and high thinking guy. He loves social works. He is always ready to help the needy peoples.

মানুহে মানুহৰ বাবে……                                                          যদিহে অকনো নাভাবে……                       ...
05/11/2023

মানুহে মানুহৰ বাবে…… যদিহে অকনো নাভাবে…… অকণি সহানুভূতিৰে……… ভাবিব কোনেনো কোৱা …… সমনীয়া | মানুহে মানুহৰ বাবে …………………………।।

সংগীতসূৰ্য্য, অসমৰত্ন, বিশ্ববৰেণ্য শিল্পী, সুধাকন্ঠ ড° ভূপেন হাজৰিকা দেৱক আজি তেখেতৰ দ্বাদশ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে সোঁৱৰীছো | 🙏🏻💐

Manjula Hazarika Anupjyoti Choudhury Raju

𝙃𝘼𝙋𝙋𝙄𝙀𝙎𝙏  𝘽𝙄𝙍𝙏𝙃𝘿𝘼𝙔  🎂🎈 ... 𝘽𝙄𝙂 𝘽𝙍𝙊𝙏𝙃𝙀𝙍  Ravi Sarma  Wish you Good Health, Happiness and Grand Success today and always ....
19/09/2023

𝙃𝘼𝙋𝙋𝙄𝙀𝙎𝙏 𝘽𝙄𝙍𝙏𝙃𝘿𝘼𝙔 🎂🎈 ... 𝘽𝙄𝙂 𝘽𝙍𝙊𝙏𝙃𝙀𝙍 Ravi Sarma

Wish you Good Health, Happiness and Grand Success today and always ...
Stay very Young, Energetic and Physically Fit forever ...my Big Brother.

সূৰ্য্য হৈ আছিল |
সূৰ্য্য হৈ আছে |
আৰু
আজীৱন
সূৰ্য্য হৈ উজ্বলি থাকক ... দাদা | |

জন্মদিনৰ অযুত - অলেখ শুভেচ্ছা ও শুভকামনা আপোনালৈ | |

16/03/2023

অভিনন্দন অভিনন্দন অভিনন্দন 💐 নাং বৰ্ষাশ্ৰী শদিয়াখোৱা বুঢ়াগোহাঁই

গণতন্ত্ৰৰ জয় হ'ল |

| | আধুনিক লাচিত | || | চীনা লাচিত | |এইয়াই হয়টো পৰিবৰ্তন আটচে দিন ...
19/11/2022

| | আধুনিক লাচিত | |

| | চীনা লাচিত | |

এইয়াই হয়টো পৰিবৰ্তন
আটচে দিন ...

10/11/2022

২২ খনৰ ২২ খনেই পাম 🤣🤣

কেনে মজা ❓❓

অতি দৰ্পে হত লংকা | |

ফলাফল 👉 ২২ = শূণ্য |

এবাৰ দুবাৰ নহয়...জীৱিত অৱস্থাত এচামে তেখেতক বহুবাৰ মৃত বুলি ঘোষণা কৰিলে |           আজি সচাকৈয়ে তেখেত আমাৰ সকলোৰে মাজৰ প...
27/10/2022

এবাৰ দুবাৰ নহয়...
জীৱিত অৱস্থাত এচামে তেখেতক বহুবাৰ মৃত বুলি ঘোষণা কৰিলে |
আজি সচাকৈয়ে তেখেত আমাৰ সকলোৰে মাজৰ পৰা চিৰদিনৰ বাবে আতৰি গ' ল |
অসমৰ এটি উজ্বল নক্ষত্ৰ খহি পৰিল |

আপুনি যতেই আছে কুশলে থাকক |

আপোনাৰ বিদেহ আত্মাৰ চিৰশান্তি ও বৈকুণ্ঠপ্ৰাপ্তিৰ কামনাৰে পৰম পিতা পৰমেশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছো আৰু লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো | 🙏🏻🙏🏻

বৰপেটা সত্ৰৰ সন্মানীয় বুঢ়া সত্ৰীয়া, শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰাপক শ্ৰীযুত বশিষ্ঠ দেৱশৰ্মা প্ৰভুৰ মহাপ্ৰয়াণৰ বাতৰিত মৰ্মা...
22/10/2022

বৰপেটা সত্ৰৰ সন্মানীয় বুঢ়া সত্ৰীয়া, শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰাপক শ্ৰীযুত বশিষ্ঠ দেৱশৰ্মা প্ৰভুৰ মহাপ্ৰয়াণৰ বাতৰিত মৰ্মাহত হৈছোঁ | প্ৰভুৰ মহাপ্ৰয়াণে সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰখনৰ বাবে বৃহৎ ক্ষতি হ’ল |
শ্ৰদ্ধাৰ বুঢ়া সত্ৰীয়া প্ৰভুৰ বৈকুণ্ঠগামী আত্মাৰ চিৰশান্তি কামনা কৰি পৰম পিতা পৰমেশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছো আৰু লগতে শোকসন্তপ্ত বৰপেটা সত্ৰবাসী আৰু পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো | 🙏🙏🙏

09/10/2022

ভ্ৰাম্যমাণ থিয়েটাৰত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ কালজয়ী নাট " লভিতা "ক বিকৃত কৰিলে ভ্ৰাম্যমাণৰ দালাল " কপিজিৎ " নামেৰে বিখ্যাত কপিকাৰ অভিজিত ভট্টাচাৰ্যই |
আৱাহন থিয়েটাৰৰ মঞ্চত ভুলকৈ মঞ্চস্থ হ'ল " লভিতা " | |


Address

Golaghat

Telephone

+917002292457

Website

Alerts

Be the first to know and let us send you an email when Plabon Bordoloi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Plabon Bordoloi:

Share