OBC morcha Golaghat

OBC morcha Golaghat Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from OBC morcha Golaghat, Political Party, Golaghat.

গোলাঘাট অ বি চি মৰ্চা ফালৰ পৰা সকলোলৈকে ৭৩তম গণৰাজ্য দিৱসৰ শুভেচ্ছা জনালোঁ।🇮🇳
26/01/2022

গোলাঘাট অ বি চি মৰ্চা ফালৰ পৰা সকলোলৈকে ৭৩তম গণৰাজ্য দিৱসৰ শুভেচ্ছা জনালোঁ।🇮🇳

ভাৰতীয় জনতা পাৰ্টি গোলাঘাট জিলা অ বি চি মৰ্চা তৰফৰ পৰা সকলো অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ ওলগ জনালো।
13/01/2022

ভাৰতীয় জনতা পাৰ্টি গোলাঘাট জিলা অ বি চি মৰ্চা তৰফৰ পৰা সকলো অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ ওলগ জনালো।

যোৱা ইংৰাজী 11/1/22 তাৰিখে অন্যান্য পিছপৰা শ্ৰেনী মৰ্চা, বিজেপি, গোলাঘাট জিলাৰ সভাপতি শ্ৰীযুত ললিত শইকীয়া দেৱৰ সভাপতিত্ব...
12/01/2022

যোৱা ইংৰাজী 11/1/22 তাৰিখে অন্যান্য পিছপৰা শ্ৰেনী মৰ্চা, বিজেপি, গোলাঘাট জিলাৰ সভাপতি শ্ৰীযুত ললিত শইকীয়া দেৱৰ সভাপতিত্বত গোলাঘাট জিলা বিজেপিৰ কাৰ্য্যলয়ত "জিলা বিষয়বৱীয়া" সকলৰ এক সভা অনুষ্ঠিত হয় ।
উক্ত সভাত সমল ব্যক্তি হিচাপে উপস্থিত আছিল ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সন্মানীয় উপ-সভাপতি তথা ৰাজ্যিক অবিচি মৰ্চাৰ প্ৰভাৰী শ্ৰীযুত অজয় কোঁৱৰ ডাঙৰীয়া আৰু ৰাজ্যিক অবিচি মৰ্চাৰ সন্মানীয় সম্পাদক তথা গোলাঘাট জিলা অবিচি মৰ্চাৰ প্ৰভাৰী শ্ৰীযুত কুলদ্বীপ বৰা ডাঙৰীয়া ।

Himanta Biswa Sarma
Bhabesh Kalita Official
Phanindranath Sharma
Pulok Gohain
Diplu Ranjan Sarma
Aswini Ray Sarkar

02/01/2022

এটি বিশেষ ঘোষণা,
অহা 4 জানুৱাৰী কাৰ্যসূচী ভাগ বিশেষ কাৰণ বসতঃ বাতিল কৰা হৈছে।উক্ত কাৰ্যসূচী ভাগ আগন্তক দিনত নিৰ্ধাৰণ কৰা হব।
OBC সভাপতি
শ্ৰী ললিত শইকীয়া।

02/01/2022

এটি বিশেষ ঘোষণা,
অহা 4 তাৰিখ ৰ কাৰ্যসূচী ভাগ এক বিশেষ কাৰণবশত বাতিল কৰা হৈছে।
উক্ত কৰ্যসূচী ভাগ আগন্তুক এটি দিনলৈ নিধাৰণ কৰা হব।

গোলাঘাট জিলা OBC মৰ্চা সভাপতি
শ্ৰী ললিত শইকীয়া।

02/01/2022

প্ৰিয় কায়্যৰ্কতা সকল
২০২২ বষৰ নতুন বছৰৰ শুভেছা সকলোকে জনালো ।
প্ৰিয় কায়্যৰ্কতা সকল......
অহা ইংৰাজী নতুন বছৰ ৰ পহিলা জানুৱাৰি 04.01.2022তাৰিখে দিনৰ ৯ বজাত ভাৰতীয় জনতা পাৰ্টিৰ গোলাঘাট জিলা OBC মৰ্চাৰ উদ্দ‍্যোগত .....
স্বচ্ছ ভাৰত অভিযানৰ ওপৰত সংগতি ৰাখি গোলাঘাট টাওন মণ্ডলৰঅন্তৰ্গত এখন স্মশান চাফ চিকুণ কৰাৰ লগতে বৃক্ষৰোপন কৰাৰ ও কায্যসুচিৰ হাতত লোৱা হৈছে লগতে পেোৗৰ সভাৰ ইলেক্চনত ভাৰতীয় জনতা পাটিৰ সকলো সদস্যক কি দৰে জিকাই আনিব পাৰোঁ তাৰোঁ এক আলোচনা কৰা হৱ ।

সেযেহে ... উক্ত সভাত ,OBC মৰ্চাৰ জিলা কাৰ্য্যকৰ্তা সকলক আৰু মণ্ডলৰ সভাপতি সকলক উপস্থিত থাকিবলৈ জিলা সমিতি তৰফৰ পৰা বিনম্ৰ অনুৰোধ জনোৱা হল ।।

গোলাঘাট জিলা সভাপতি শ্ৰী যুত ললিত শইকীয়া ।

Address

Golaghat

Website

Alerts

Be the first to know and let us send you an email when OBC morcha Golaghat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share