Bjp Obc Morcha Golaghat District

Bjp Obc Morcha Golaghat District ন ৰূপত আকৌ এবাৰ ৰাইজৰ কাষত

সদ্য নিযুক্তি প্ৰাপ্ত ভাৰতীয় জনতা পাৰ্টী অ বি চি মৰ্চাৰ গোলাঘাট জিলাৰ সভাপতি কৈলাশ কুমাৰ বৰা ডাঙৰীয়াক আন্তৰিক অভিনন্দন...
07/10/2025

সদ্য নিযুক্তি প্ৰাপ্ত ভাৰতীয় জনতা পাৰ্টী অ বি চি মৰ্চাৰ গোলাঘাট জিলাৰ সভাপতি কৈলাশ কুমাৰ বৰা ডাঙৰীয়াক আন্তৰিক অভিনন্দন জনাইছো।
BJP Assam Pradesh
Dilip Saikia
Himanta Biswa Sarma
Ajanta Neog
Chandra Jyoti Thakur
Subhas Dutta Koilash Bora

Subhas Dutta BJP Assam Pradesh BJP OBC Morcha
05/10/2025

Subhas Dutta BJP Assam Pradesh BJP OBC Morcha

খুমটাই বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত মৃণাল শইকীয়া ডাঙৰীয়ালৈ ওপজা দিনৰ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিল...
28/07/2025

খুমটাই বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত মৃণাল শইকীয়া ডাঙৰীয়ালৈ ওপজা দিনৰ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিলো।
Mrinal Saikia
BJP Assam Pradesh
Bjp Golaghat District

আজি(২০/০৬/২৫) ভাজপা গোলাঘাট জিলা কায্যালয়ৰ প্ৰেক্ষাগৃহত অ'বিচি মৰ্চা গোলাঘাট জিলাৰ সভাপতি সন্মানীয় কৈলাশ কুমাৰ বৰা ডাঙৰ...
20/06/2025

আজি(২০/০৬/২৫) ভাজপা গোলাঘাট জিলা কায্যালয়ৰ প্ৰেক্ষাগৃহত অ'বিচি মৰ্চা গোলাঘাট জিলাৰ সভাপতি সন্মানীয় কৈলাশ কুমাৰ বৰা ডাঙৰীয়া সভপতিত্বত এখনি বিষয়ববীয়া তথা সাংগঠনিক সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত জিলাৰ সন্মানীয় সভাপতি শ্ৰী চন্দ্ৰজ্যোতি ঠাকুৰদেৱ,ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যা তথা অ'বিচি মৰ্চা জিলা প্ৰভাৰি শ্ৰীমতী জীনা বৰুৱা ডাঙৰীয়ানী, জিলা উপ সভানেত্ৰী শ্ৰীমতী ৰাজশ্ৰী বৰা ডাঙৰীয়ানী, জিলাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা অ'বিচি মৰ্চাৰ প্ৰাক্তন প্ৰভাৰি শ্ৰী সঞ্জীৱ কুমাৰ দাসদেৱ, গোলাঘাট নগৰ মণ্ডলৰ সন্মানীয় সভানেত্ৰী শ্ৰীমতী অৰ্চনা শইকীয়া ডাঙৰীয়ানী,অ'বিচি মৰ্চা জিলা বিষয়ববীয়াসকল, অ'বিচি মৰ্চা মণ্ডলৰ সন্মানীয় সভাপতিসকল উপস্থিত থাকে।



ভাজপা অবিচি মৰ্চা গোলাঘাট জিলাৰ সভাপতি  শ্ৰদ্ধাৰ শ্ৰী কৈলাশ কুমাৰ বৰা দেৱৰ আজি শুভ জন্মদিনত আন্তৰিক শুভকামনা জ্ঞাপন কৰিল...
14/02/2025

ভাজপা অবিচি মৰ্চা গোলাঘাট জিলাৰ সভাপতি শ্ৰদ্ধাৰ শ্ৰী কৈলাশ কুমাৰ বৰা দেৱৰ আজি শুভ জন্মদিনত আন্তৰিক শুভকামনা জ্ঞাপন কৰিলো। অনাগত দিনত ৰাইজৰ হিতাৰ্থে কাম কৰি যাবলৈ ঈশ্বৰে সু শৰীৰৰ গৰাকী কৰি ৰাখক। 🙏
Highlight Koilash Bora

আজি(২১/১/২৫) ভাজপা গোলাঘাট জিলা কায্যালয়ত জিলা নৱনিযুক্ত সন্মানীয় সভাপতি শ্ৰী চন্দ্ৰজ্যোতি ঠাকুৰদেৱক অ'বিচি মৰ্চা গোলাঘা...
21/01/2025

আজি(২১/১/২৫) ভাজপা গোলাঘাট জিলা কায্যালয়ত জিলা নৱনিযুক্ত সন্মানীয় সভাপতি শ্ৰী চন্দ্ৰজ্যোতি ঠাকুৰদেৱক অ'বিচি মৰ্চা গোলাঘাট জিলাই উষ্ম আদৰণি জনোৱা হয়। উক্ত সভাত উপস্থিত থাকে অ'বিচি মৰ্চা গোলাঘাট জিলাৰ সভাপতি কৈলাশ কুমাৰ বৰা ডাঙৰীয়া, জিলা প্ৰভাৰি জিনা বৰা ডাঙৰীয়ানী লগতে জিলাৰ বিষয়-ববিয়া সকল উপস্থিত থাকে।আগন্তুক দলৰ সাংগঠনিক দিশত ও কিছু বৈঠকত আলোচনা কৰা হয়।

#

Highlight
Chandra Jyoti Thakur
BJP Assam Pradesh
Ajanta Neog
Bjp Golaghat District
Sanjib Kumar Das
Himanta Biswa Sarma

Highlight Chandra Jyoti Thakur
05/01/2025

Highlight
Chandra Jyoti Thakur

Address

Bjp District Office Golaghat
Golaghat

Website

Alerts

Be the first to know and let us send you an email when Bjp Obc Morcha Golaghat District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share