ভোট জলকীয়া

ভোট জলকীয়া নিজস্ব

25/05/2026
17/09/2024
17/09/2024

আমাৰ ৰাজ্যৰ ক্ৰীড়া প্ৰতিভাসমূহৰ বাবে আমি বিভিন্ন পদক্ষেপ হাতত লৈছোঁ৷ অসমৰ যুৱক-যুৱতীসকলে যাতে ক্ৰীড়াৰ জৰিয়তে বিশ্ব জয় কৰিব পাৰে তাৰবাবে আমি আগলৈও নতুন নতুন ব্যৱস্থা গ্ৰহণ কৰিম৷ ইয়াৰ পৰিপ্ৰেক্ষিততেই উমৰাংছ’ত এখন ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণৰ কাম পূৰ্ণগতিত চলাই থকা হৈছে৷ আমি বিশ্বাসী এই ক্ৰিকেট ষ্টেডিয়ামখন সম্পূৰ্ণ হৈ উঠাৰ পাছত বৃহত্তৰ অঞ্চলটোৰ যুৱক-যুৱতীসকলে ক্ৰিকেট খেলত দক্ষতা বৃদ্ধি কৰিব পাৰিব৷

Opening up sporting opportunities for our youth!

Construction of a cricket stadium in Umrangso is going on in full swing, which after completion will provide youngsters in the area an opportunity to hone their cricketing skills!

04/09/2024

ট্ৰেডিং ,ইউটিউবাৰ চাকনাৰ দৰে হল ,অৰদাৰ দিলে হাজিৰ

Address

Golaghat

Website

Alerts

Be the first to know and let us send you an email when ভোট জলকীয়া posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category