30/04/2026
আজি ইংৰাজী ৩০ এপ্ৰিল,২০২৬ তাৰিখ বৃহস্পতিবাৰে বিয়লি ২ বজাত সদৌ তাই আহোম ছাত্ৰ সন্থা, আটাছু উৰিয়ামঘাট আঞ্চলিক সমিতিৰ এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায়।
উক্ত সভাৰ সভাপতিত্ব কৰে প্ৰাক্তন আটাছু ধনশিৰি মহকুমা সভাপতি তথা উৰিয়ামঘাট ছোৱালী মধ্য ইংৰাজী বিদ্যালয়তৰ বিষয় শিক্ষক মানচাও অজয় গগৈ দেৱে। সভাখনত উপস্থিত থাকে আটাছু গোলাঘাট জিলা সমিতিৰ উপ-সভাপতি মানচাও অনন্ত গগৈ, সহ-সম্পাদক মানচাও জগত গগৈ, উৰিয়ামঘাট আঞ্চলিক সমিতিৰ মুখ্য উপদেষ্টা মানচাও প্ৰতাপ গগৈ, উৰিয়ামঘাটৰ চেংৰেং পৰিচালক মানচাও ৰাজেন শেনচোৱা,মানচাও ৰোখেশ্বৰ কোঁৱৰ আৰু উৰিয়ামঘাট আঞ্চলিকৰ কুৰিতকৈ অধিক সদস্য/সদস্যা ।
আজিৰ এই সভাতেই এখন ২১ জনীয়া পূৰ্ণাঙ্গ আঞ্চলিক সমিতি গঠন কৰা হয়। সেই অনুসৰি সমিতি খন......
*উপদেষ্টা মণ্ডলী : মানচাও প্ৰতাপ গগৈ,অজয় গগৈ,ৰাজেন শেনচোৱা,ৰোখেশ্বৰ কোঁৱৰ
সভাপতি : চাও অমিয় কুমাৰ গগৈ
উপ-সভাপতি : চাও জয়ন্ত গগৈ
সাধাৰণ সম্পাদক : চাও চন্দনজ্যোতি গগৈ
সহ: সাধাৰণ সম্পাদক : চাও যোগান্ত কোঁৱৰ
শিক্ষা সম্পাদক : চাও দিব্যলোচন গগৈ
প্ৰচাৰ সম্পাদক : চাও মুকুল গগৈ,ৰিন্টু গগৈ
সাংগঠনিক সম্পাদক : চাও নয়ন জ্যোতি গগৈ
ক্ৰীড়া সম্পাদক : চাও ৰাতুল গগৈ
কাৰ্যালয় সম্পাদক : চাও মৃদুল গগৈ
সাংস্কৃতিক সম্পাদক : চাও অনুপম কোঁৱৰ
কাৰ্যকৰী সদস্য/সদস্যা : চাও জোনমনি গগৈ, পৱিত্ৰ গগৈ,লীলাধৰ বৰুৱা, দেবেন গগৈ,জয়ন্ত কোঁৱৰ,ললিত গগৈ*