Morangi News Digital

Morangi News Digital Morangi News is a news website. It serve the area of Morangi of Golaghat District, Assam.

05/09/2026

খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই আজি দিনজোৰা ব্যস্ত কাৰ্যসূচীৰে মৰঙি অঞ্চলৰ বিভিন্ন স্থান পৰিদৰ্শন কৰাৰ লগতে একাধিক অনুষ্ঠানত অংশগ্ৰহণ কৰে।

04/09/2026

মৰঙিৰ ৰংবঙৰ একশৰণ ভাগৱতী সমাজৰ মহাপুৰুষীয়া পালনাম থানতো শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন।

03/09/2026

মৰঙি আঞ্চলিক ছাত্ৰ সন্থাই খাদ্য বস্তুৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ। ৰাজপথত যোগান- ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ প্ৰতীকি শৱদেহ লৈ যাত্ৰাৰে সাব্যস্ত কৰে প্ৰতিবাদ।
হয়, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰে জুৰুলা কৰি সৰ্বসাধাৰণ জনতাক। এই মূল্য বৃদ্ধিৰ বিৰুধিতা কৰি মৰঙি আঞ্চলিক ছাত্ৰ সন্থাই তিব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ১২৯ নং ৰাষ্ট্ৰীয় ঘাইপথত শৱদেহ লৈ প্ৰতিবাদ সাব্যস্ত কৰে। অতিশ্ৰীৰ্ঘে মূল্য বৃদ্ধিৰ হ্ৰাস কৰাৰ দাবী জনাই প্ৰতিবাদী সংগঠনটোৱো।

03/09/2026

ৰঙাজানত AJYCPৰ তীব্ৰ প্ৰতিবাদ

‘অসম পুলিচ গ’ বেক’, ‘নৰেন্দ্ৰ মোদী গ’ বেক’ শ্লোগানেৰে উত্তাল ৰঙাজান।

‘অসম পুলিচ গ’ বেক’, ‘নৰেন্দ্ৰ মোদী গ’ বেক’ আদি শ্লোগানেৰে বুধবাৰে উত্তাল হৈ পৰে ৰঙাজান। সোণাপুৰৰ টোলগেটত সংঘটিত দুৰ্ঘটনাৰ পাছতো টোল সংগ্ৰহ অব্যাহত ৰখাৰ অভিযোগক কেন্দ্ৰ কৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৰঙাজান আঞ্চলিক সমিতিয়ে এই প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদৰ জৰিয়তে সংগঠনটোৱে ঘটনাটোক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

লগতে প্ৰতিবাদকাৰীসকলে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি পলাশ চাংমাইক বিনা চৰ্তে মুক্তি দিয়াৰ দাবী উত্থাপন কৰে।

সোণাপুৰৰ টোলগেটত সংঘটিত দুৰ্ঘটনাৰ পাছতো টোল সংগ্ৰহ চলাই যোৱাৰ অভিযোগক লৈ ইতিমধ্যে AJYCP-এ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে। সংগঠনটোৱে এই ঘটনাৰ উচিত তদন্ত আৰু দায়ী পক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আহিছে।

ৰঙাজানৰ প্ৰতিবাদস্থলীত সংগঠনটোৰ সদস্যসকলে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে আৰু দাবীসমূহ শীঘ্ৰে পূৰণ কৰাৰ বাবে চৰকাৰৰ ওচৰত আহ্বান জনায়।

01/09/2026

বানৰ দুৰ্যোগত পশুপালকক সকাহ
নুমলীগড় শোধনাগাৰৰ বিশেষ পদক্ষেপ

01/09/2026
30/08/2026

গোলাঘাট জিলাৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান আই কনকলতা সংগীত কলা একাডেমীৰ বাৰ্ষিক অধিৱেশন আৰু সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ সফল সামৰণি।

Address

AH-1
Golaghat
785621

Alerts

Be the first to know and let us send you an email when Morangi News Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Morangi News Digital:

Shortcuts

Share