05/10/2026
আজি ইং ০৫/১০/২০২৬ তাৰিখে বিটিচি চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে ২৯ নং শুক্লাই ছেৰফাং সমষ্টিৰ বিপিএফ দলৰ মুখ্য কাৰ্যালয়ত, শুক্লাই ছেৰফাং ব্লক সমিতি বিপিএফৰ উদ্যোগত প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান উদযাপন কৰা হয়।
#বিপিএফ_জিন্দাবাদ
#হাগ্ৰামা_মহিলাৰী_জিন্দাবাদ
#গণেশ_কছাৰী_জিন্দাবাদ