Abvp Goreswar Unit

Abvp Goreswar Unit Student Union

Wishing all the candidates of HSLC all the best for the exam May good luck follows you all through out the exam❤i wish a...
16/02/2024

Wishing all the candidates of HSLC all the best for the exam May good luck follows you all through out the exam❤i wish and pray to the Almighty that everyone pass the examination with flying colors..

আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
05/01/2023

আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

"উঠা জাগা আৰু আগবাঢ়ি যোৱা, লক্ষ্য প্ৰাপ্তি স্থান নোপোৱালৈকে নৰবা"। আজি মহান মনীষী স্বামীজীৰ ১৫৯ সংখ্যাক জন্ম জয়ন্তীত আজি...
12/01/2022

"উঠা জাগা আৰু আগবাঢ়ি যোৱা, লক্ষ্য প্ৰাপ্তি স্থান নোপোৱালৈকে নৰবা"। আজি মহান মনীষী স্বামীজীৰ ১৫৯ সংখ্যাক জন্ম জয়ন্তীত আজি #অখিল_ভাৰতীয়_বিদ্যাৰ্থী_পৰিষদ_গোৰেশ্বৰ_শাখা ৰ তৰফৰ পৰাই একাজলি বন্তি জ্বলাই শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।।

"ৰাষ্টীয় যুৱ দিৱস" হিচাপে পালন কৰা আজিৰ দিনটোত সকলো যুৱ বন্ধু সহিতে সকলোৱে আহক স্বামী বিবেকানন্দৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ ৰাষ্ট্ৰ নিৰ্মাণৰ সংকল্প লওঁ।।

#ভাৰত_মাতা_কী_জয়🚩🚩

Happy   of Akhil Bharatiya Vidyarthi Parishad."Student power, nation power"
09/07/2021

Happy of Akhil Bharatiya Vidyarthi Parishad.
"Student power, nation power"


09/07/2021

73rd FOUNDATION DAY of ABVP

বাক্সা জিলাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, গোৰেশ্বৰ শাখাই প্ৰাক্তন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তা তথা বৰ্তমান ...
30/06/2021

বাক্সা জিলাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, গোৰেশ্বৰ শাখাই প্ৰাক্তন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তা তথা বৰ্তমান ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ নৱ নিযুক্ত ৰাজ্যিক সভাপতি তথা ৰঙিয়া সমষ্টিৰ সন্মানীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়াক আন্তৰিক অভিনন্দন জনালোঁ।

03/05/2021
শ্ৰীযুত বিশ্বজিৎ দৈমাৰী দেৱ চতুৰ্থ বাৰলৈ ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ বাবে তেখেতক   ৰ তৰফৰ পৰা উষ্ম আদৰণি তথা অভিনন্দন জনা...
23/02/2021

শ্ৰীযুত বিশ্বজিৎ দৈমাৰী দেৱ চতুৰ্থ বাৰলৈ ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ বাবে তেখেতক ৰ তৰফৰ পৰা উষ্ম আদৰণি তথা অভিনন্দন জনালোঁ ।




চিৰচেনেহী মোৰ ভাষা জননী।। 🙏🙏
21/02/2021

চিৰচেনেহী মোৰ ভাষা জননী।। 🙏🙏

২৩ জানুৱাৰী তাৰিখে বীৰ যোদ্ধা, সু-পুত্ৰ আজাদ-হিন্দ-ফৌজ ৰ নেতৃত্ব দিয়া নেতাজী সুভাষ চন্দ্ৰ বসু ৰ জন্মদিনটো দেশৰ সন্মানীয় ...
23/01/2021

২৩ জানুৱাৰী তাৰিখে বীৰ যোদ্ধা, সু-পুত্ৰ আজাদ-হিন্দ-ফৌজ ৰ নেতৃত্ব দিয়া নেতাজী সুভাষ চন্দ্ৰ বসু ৰ জন্মদিনটো দেশৰ সন্মানীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই *"পৰাক্ৰম দিৱস"* হিচাপে ঘোষণা কৰিছে। নেতাজীৰ জন্মদিনটোত ৰ তৰফৰ পৰা বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।

#পৰাক্ৰম_দিৱস

"জয় আলোকময় অনাদী-অনন্তপ্ৰসাৰী  বিশ্বজীৱন জ্যোতি                জয় জয় সুন্দৰ                সত্য সনাতন                চিৰ...
17/01/2021

"জয় আলোকময়
অনাদী-অনন্তপ্ৰসাৰী
বিশ্বজীৱন জ্যোতি
জয় জয় সুন্দৰ
সত্য সনাতন
চিৰ প্ৰশান্ত বিশ্বপতি..."

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ মৃত্যু দিৱস "শিল্পী দিৱস" ত তেখেতলৈ প্রণিপাত জনাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।🙏🙏

"উঠা জাগা আৰু লক্ষ্য প্ৰাপ্তি নোহোৱালৈ নৰবা।"ভাৰতী আইৰ সুযোগ্য সন্তান  #স্বামী_বিবেকানন্দ জীৰ ১৫৮ সংখ্যক জন্মজয়ন্তী  #ৰা...
12/01/2021

"উঠা জাগা আৰু লক্ষ্য প্ৰাপ্তি নোহোৱালৈ নৰবা।"

ভাৰতী আইৰ সুযোগ্য সন্তান #স্বামী_বিবেকানন্দ জীৰ ১৫৮ সংখ্যক জন্মজয়ন্তী #ৰাষ্ট্ৰীয়_যুৱ_দিৱস ত তেখেতলৈ সশ্ৰদ্ধ প্রণিপাত জনাইছোঁ।
ছাত্ৰ শক্তি, ৰাষ্ট্ৰ শক্তি 🚩🚩🚩

Address

Goreswar

Website

Alerts

Be the first to know and let us send you an email when Abvp Goreswar Unit posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Abvp Goreswar Unit:

Share

Category