22/08/2025
আজি অসমৰ চাওঁতাল জনগোষ্ঠীৰ হকে এক ঐতিহাসিক ক্ষণ। অসম চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত আৰু চাওঁতালী সাহিত্য পৰিষদ সহযোগত #চাওঁতালী_মাধ্যমৰ_পাঠ্যপুথি_উন্মোচন ও শুভাৰম্ভণি অনুষ্ঠানত ওদালগুৰি জিলাৰ, #তিলকাই_মাঝি #প্ৰাথমিক_বিদ্যালয়ত, অসম চৰকাৰৰ শিক্ষামন্ত্ৰী #ডক্তৰ_ৰণোজ_পেগু, ওদালগুৰি জিলা শিক্ষা বিষয়া #ভবেন_দেউৰী, চাওঁতালী সাহিত্য পৰিষদ সভাপতি #ডম্বৰুধৰ_চৰেন, সদৌ চাওঁতাল ছাত্ৰ সন্থা( #এছু) একত্ৰিতকৰনৰ সভাপতি #মিন্টু_হেমৰম,চাওঁতাল সমাজ ৰখিয়া বাইসিৰ সভাপতি #জেঠা_হাঁচদা, আদিবাসী ডেব্লমেণ্ট কাউন্সিলৰ কাৰ্যবাহী সদস্য #তিৰকু_টুডু, প্ৰধান শিক্ষক, পৰিচালনা সমিতিৰ সভাপতি/সম্পাদক, বুদ্ধিজীবী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক, ৰাইজৰ উপস্থিত উন্মোচন কৰে।
সদৌ চাওঁতাল ছাত্ৰ সন্থা ( #এছু) কেন্দ্ৰীয় সমিতিৰহৈ অসম চৰকাৰক ধন্যবাদ জনালোঁ।
The Santal #
Community of Assam #
Santal Joi ASSU #