Mohon Kisku

Mohon Kisku Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Mohon Kisku, Political Party, Gossaigaon.

আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰ লগত এক সৌজন্যমূলক আলোচনাত মিলিত হওঁ l
18/07/2024

আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰ লগত এক সৌজন্যমূলক আলোচনাত মিলিত হওঁ l

महाप्रभु श्री जगन्नाथ जी की रथयात्रा के पावन अवसर पर आप सभी को हार्दिक शुभकामनाएं 🙏 🙏🙏🚩🚩🚩
07/07/2024

महाप्रभु श्री जगन्नाथ जी की रथयात्रा के पावन अवसर पर आप सभी को हार्दिक शुभकामनाएं 🙏 🙏🙏🚩🚩🚩

আজি বডো়বিল মাঝি থান শুভ উদ্বোধন কাৰ্যসূচীত উপস্থিত: মূখ্য অতিথি সন্মানীয় শ্ৰীযুত.... বজুৰ বৰুৱা জী উত্তৰ- অসম প্ৰান্ত ...
20/04/2024

আজি বডো়বিল মাঝি থান শুভ উদ্বোধন কাৰ্যসূচীত উপস্থিত: মূখ্য অতিথি সন্মানীয় শ্ৰীযুত.... বজুৰ বৰুৱা জী উত্তৰ- অসম প্ৰান্ত প্ৰচাৰক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ লগতে বিশিষ্ট অতিথি: শ্ৰীযুত... প্ৰদীপন জী অখিল ভাৰতীয় সহ-সংযোক সীমান্ত চোতনা মঞ্চ (AWDC )Chairman Ashim Hasda ডাঙৰীয়া E.M sjt ...Mohon Kisku ডাঙৰীয়া 🙏🙏🙏🙏🙏🙏🙏🙏🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩🚩

অসমীয়া জাতিৰ আয়ুসৰেখা ব’হাগৰ পৰশে ৰঙীয়াল, সতেজ কৰক সকলোৰে মন-প্ৰাণ। প্ৰগতিৰ দিশেৰে অসমখনিক আগুৱাই নিবলৈ সকলোৱে টঙালি বান...
14/04/2024

অসমীয়া জাতিৰ আয়ুসৰেখা ব’হাগৰ পৰশে ৰঙীয়াল, সতেজ কৰক সকলোৰে মন-প্ৰাণ। প্ৰগতিৰ দিশেৰে অসমখনিক আগুৱাই নিবলৈ সকলোৱে টঙালি বান্ধি একতাৰ বিহু এফাঁকি গাওঁ আহক…

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ তৰফৰ পৰা বিহুৰ ওলগ যাচিলোঁ।

"যাৰ নাই গৰু, সি সবাতোকৈ সৰু ।"অসমীয়াৰ বাপতিসাহোন ব’হাগ বিহুৰ আজি পহিলা দিন অৰ্থাৎ আজি গৰু বিহু। আজিৰ দিনটোত গাঁৱৰ কৃষকস...
13/04/2024

"যাৰ নাই গৰু, সি সবাতোকৈ সৰু ।"

অসমীয়াৰ বাপতিসাহোন ব’হাগ বিহুৰ আজি পহিলা দিন অৰ্থাৎ আজি গৰু বিহু। আজিৰ দিনটোত গাঁৱৰ কৃষকসকলে ঘৰৰ গোধনক নৈ বা জান-জুৰি আদিলৈ নি নোৱাই ধুৱাই গৰু বিহু উদযাপন কৰে।

মাখিয়তি পাত, দীঘলতি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খোৱাই গোধনৰ দীৰ্ঘায়ু আৰু ন শক্তিৰ কামনা কৰা এই পবিত্ৰ দিনটোত সদৌটিলৈ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছো।

Yesterday date 10/04/24 a meeting took place at Hotel KRC PALACE with the upcoming Sonitpur Lok Sobha Constituency BJP C...
11/04/2024

Yesterday date 10/04/24 a meeting took place at Hotel KRC PALACE with the upcoming Sonitpur Lok Sobha Constituency BJP Candidate- sjt. Ranjit Dutta. The meeting was organized under the AW&DC Leadership of Shri Mohan Kisku, Shri Dipen Nayak and Shri Mandal Hasda.

Address

Gossaigaon

Telephone

+919101166489

Website

Alerts

Be the first to know and let us send you an email when Mohon Kisku posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share