01/09/2026
আমেৰিকাৰ মাটিত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাক অৱমাননা কৰাৰ ঘটনাক তীব্ৰ নিন্দা আৰু প্ৰতিবাদ জনাইছোঁ। 🇮🇳
ৰাষ্ট্ৰীয় পতাকা কেৱল এখন কাপোৰ নহয়—ই আমাৰ দেশৰ সাৰ্বভৌমত্ব, মৰ্যাদা, ঐক্য আৰু কোটি কোটি ভাৰতীয়ৰ আবেগৰ প্ৰতীক। যিকোনো দেশতে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি অসম্মান কৰাটো অতি দুখজনক আৰু নিন্দনীয়।
ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ মৰ্যাদা আৰু সন্মান সদায় অক্ষুণ্ণ থাকক—এয়াই আমাৰ কামনা। 🇮🇳