OBC Morcha BJP Narakasur Mandal Guwahati

OBC Morcha BJP Narakasur Mandal Guwahati OBC MORCHA BJP Narakasur Mandal

29/07/2026
19/07/2026
14/07/2026
12/07/2026

দিছপুৰ সমষ্টিৰ ২৮ নং ৱাৰ্ডৰ অন্তৰ্গত শ্ৰীমন্তপুৰত আজি শ্ৰীমন্তপুৰ উন্নয়ন সমিতি আৰু স্থানীয় ৰাইজৰ সৈতে এক আন্তৰিক মত-বিনিময় সভাত অংশগ্ৰহণ কৰিলোঁ।

অঞ্চলটোৰ বিভিন্ন উন্নয়নমূলক প্ৰয়োজন, নাগৰিক সুবিধা আৰু জনসাধাৰণৰ সমস্যাসমূহৰ ওপৰত বিস্তৃত আলোচনা হয়। স্থানীয় ৰাইজে আগবঢ়োৱা পৰামৰ্শসমূহক গুৰুত্বসহকাৰে বিবেচনা কৰি, বিভিন্ন চৰকাৰী বিভাগৰ মাজত সমন্বয় বৃদ্ধি কৰি উন্নয়নমূলক কামসমূহ অধিক ফলপ্ৰসূ আৰু সময়মতে সম্পন্ন কৰাৰ দিশত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰোঁ

ৰাইজে আগবঢ়োৱা আন্তৰিক আদৰ, আস্থা আৰু সহযোগিতাৰ বাবে হৃদয়ংগম কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

এই সভাত নৰকাসুৰ মণ্ডল বিজেপিৰ সভানেত্ৰী শ্ৰীমতী ৰুণুমী দত্ত ভূঞা আৰু ২৮ নং ৱাৰ্ডৰ পাৰিষদ শ্ৰীমতী স্নিগ্ধা দৈমাৰী ডাঙৰীয়ানীও উপস্থিত আছিল।

নিযুক্তিৰ নতুন দিগন্তৰ সুচনা
10/07/2026

নিযুক্তিৰ নতুন দিগন্তৰ সুচনা

সম্প্ৰীতিৰ এক অনন্য মহামিলন
10/07/2026

সম্প্ৰীতিৰ এক অনন্য মহামিলন










ৰাইজৰ কাষত ৰাইজৰ চৰকাৰ।
10/07/2026

ৰাইজৰ কাষত ৰাইজৰ চৰকাৰ।

Address

Guwahati
KAMRUPMETRO

Website

Alerts

Be the first to know and let us send you an email when OBC Morcha BJP Narakasur Mandal Guwahati posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share