Gaurav Gogoi Fans Club Official

Gaurav Gogoi  Fans Club Official A GROUP OF WELL-WISHERS

  | Flood Relief Gaurav Gogoi Fans Club, Assam-ৰ উদ্যোগত নাজিৰা সমষ্টিৰ তিনিচাৰিখন গাঁৱত বানপীড়িত লোকসকলৰ মাজত পশুখাদ্য...
02/08/2026

| Flood Relief
Gaurav Gogoi Fans Club, Assam-ৰ উদ্যোগত নাজিৰা সমষ্টিৰ তিনিচাৰিখন গাঁৱত বানপীড়িত লোকসকলৰ মাজত পশুখাদ্য, বস্ত্ৰ আৰু খোৱা পানী বিতৰণ কৰা হয়।
দুৰ্যোগৰ এই কঠিন সময়ত মানুহৰ কাষত থিয় দিয়া আৰু সহায়ৰ হাত আগবঢ়োৱাই আমাৰ মূল উদ্দেশ্য। সকলোৰে সহযোগিতা আৰু সমৰ্থনৰ বাবে আন্তৰিক ধন্যবাদ।

Flood Relief Drive Conducted by Gaurav Gogoi Fans Club, Assam. 📌Karbi Anglong, July 28.Demonstrating its commitment to s...
31/07/2026

Flood Relief Drive Conducted by Gaurav Gogoi Fans Club, Assam.
📌Karbi Anglong, July 28.
Demonstrating its commitment to standing with people in times of crisis, the Gaurav Gogoi Fans Club, Karbi Anglong carried out a flood relief drive
in the flood-affected Mahamaya and Nomati
constituencies in Karbi Anglong reaching out to 369 Families.

📌Jorhat Dist. - Teok LAC   গৌৰৱ গগৈ ফেন্স ক্লাব, অসমৰ উদ্যোগত যোৰহাট লোকসভা সমষ্টিৰ ভয়াবহ বানপীড়িত ৰাইজৰ কাষত থিয় দি ...
26/07/2026

📌Jorhat Dist. - Teok LAC

গৌৰৱ গগৈ ফেন্স ক্লাব, অসমৰ উদ্যোগত যোৰহাট লোকসভা সমষ্টিৰ ভয়াবহ বানপীড়িত ৰাইজৰ কাষত থিয় দি বান সাহায্য সামগ্ৰী বিতৰণ কৰা হয়। এই মানৱীয় পদক্ষেপৰ অংশ হিচাপে টীয়ক সমষ্টিৰ বিভিন্ন বানাক্ৰান্ত অঞ্চলত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ মাজত অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী বিতৰণ কৰা হয়।
সাহায্য সামগ্ৰী বিতৰণ কৰা অঞ্চলসমূহ হ'ল—
▪️পুৰণামাটি সত্ৰৰ ন-পাম অঞ্চল
▪️কৰাইখোৱা
▪️১ নং ভূৰাকলা গাঁও
▪️২ নং ভূৰাকলা গাঁও
▪️৩ নং ভূৰাকলা গাঁও
▪️টীয়ক টাউনৰ চাউদাং গাঁও
দুৰ্যোগৰ এই কঠিন সময়ত বানপীড়িত প্ৰতিগৰাকী মানুহৰ দুখ-কষ্টৰ সমভাগি হৈ তেওঁলোকৰ কাষত থিয় দিয়া আমাৰ নৈতিক দায়িত্ব। গৌৰৱ গগৈ ফেন্স ক্লাব, অসম সদায় সমাজসেৱা, মানৱতা আৰু জনকল্যাণৰ আদৰ্শক সন্মুখত ৰাখি ৰাইজৰ সেৱাত নিয়োজিত হৈ থাকিব।


26/07/2026
17/07/2026

সৰ্বভাৰতীয় NEET ত অসমলৈ গৌৰৱ কঢ়িয়াই অনা প্ৰতিগৰাকী উত্তীৰ্ন পৰীক্ষাৰ্থীলৈ
আন্তৰিক শুভকামনা জনাইছোঁ।

15/07/2026

পৰিবেশবিদ ড° জি. ডি. আগৰৱাল (স্বামী সানন্দ)ৰ ২০১৮ চনৰ ১১ অক্টোবৰত গংগা নদী সংৰক্ষণ আৰু পৰিষ্কাৰৰ ক্ষেত্ৰত চৰকাৰৰ নিষ্ক্ৰিয়তাৰ প্ৰতিবাদত চলোৱা ১১১ দিনীয়া অনশনৰ অন্তত মৃত্যু হয়।

ড° আগৰৱালে আমেৰিকাৰ ইউনিভাৰ্চিটি অৱ কেলিফৰ্ণিয়া, বাৰ্কলিৰ পৰা পৰিবেশ অভিযান্ত্ৰিকী (Environmental Engineering) বিষয়ত পি.এইচ.ডি. ডিগ্ৰী লাভ কৰিছিল।
তেওঁ নিজৰ সমগ্ৰ জীৱন গংগা নদীৰ সংৰক্ষণ, দূষণমুক্তকৰণ আৰু পৰিবেশ ৰক্ষাৰ বাবে উৎসৰ্গা কৰিছিল। তেওঁৰ ত্যাগ আৰু আন্দোলনে গংগা সংৰক্ষণৰ প্ৰয়োজনীয়তাক সমগ্ৰ দেশৰ সন্মুখত অধিক শক্তিশালীভাৱে উত্থাপন কৰিছিল।

বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভকামনা জনাইছোঁ।আহক, আমি দায়বদ্ধতাৰে প্ৰকৃতিক সংৰক্ষিত কৰোঁ।𝐇𝐀𝐏𝐏𝐘 𝐖𝐎𝐑𝐋𝐃 𝐄𝐍𝐕𝐈𝐑𝐎𝐍𝐌𝐄𝐍𝐓 𝐃𝐀𝐘 🌱💚
05/06/2026

বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভকামনা জনাইছোঁ।
আহক, আমি দায়বদ্ধতাৰে প্ৰকৃতিক সংৰক্ষিত কৰোঁ।

𝐇𝐀𝐏𝐏𝐘 𝐖𝐎𝐑𝐋𝐃 𝐄𝐍𝐕𝐈𝐑𝐎𝐍𝐌𝐄𝐍𝐓 𝐃𝐀𝐘 🌱💚

03/05/2026

নৱ জাগৰণৰ সূৰ্য্য উদয় হওঁক......

Gaurav Gogoi

20/04/2026

সমগ্ৰ ঘটনাটো অসমৰ কোনটো জিলাৰ অথবা কোনটো অঞ্চলৰ বাৰু??
কোন দোষী - আমি বিচাৰ কৰিব নাযাওঁ।।
কিঞ্চিত সহায়ৰ হাত আগবঢ়াবলৈ...
আমি কেৱল মেখেলা পৰিহিত ব্যক্তি গৰাকীৰ ঠিকনা বিচাৰিছোঁ।।
অনুগ্ৰহ কৰি জনাব।।
🙏

08/04/2026

Gaurav Gogoi

Address

Guwahati
03

Website

Alerts

Be the first to know and let us send you an email when Gaurav Gogoi Fans Club Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category