jimonitamuley

jimonitamuley Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from jimonitamuley, Social service, Guwahati.

পুলি কেইটা সেউজীয়া হৈ উঠক-----------আজি চেংনৈ ফাৰ্মাচ কোম্পানীৰ দ্বিতীয় বাৰ্ষিক সাধাৰণ সভাখন  কটৰা হাইস্কুলত অনুষ্ঠিত ...
11/09/2022

পুলি কেইটা সেউজীয়া হৈ উঠক-----------

আজি চেংনৈ ফাৰ্মাচ কোম্পানীৰ দ্বিতীয় বাৰ্ষিক সাধাৰণ সভাখন কটৰা হাইস্কুলত অনুষ্ঠিত হয়, উক্ত অনুষ্ঠানত উপস্থিত থাকি ৩ টা কৈ মূল্যৱান গছৰ পুলিৰোপণ কৰো। কোম্পানীৰ লগত জড়িত তথা সেই অঞ্চলৰ মৎস পালক সকলৰ উত্তোৰোত্বৰ কামনা কৰিছো ।

মা কামাখ্যাৰ আশীষ ললো।
10/09/2022

মা কামাখ্যাৰ আশীষ ললো।

ঐতিহাসিক নলবাৰী স্থিত বালিলেছা মন্দিৰ প্ৰাংগণত নাহৰ আৰু বগা চন্দনৰ পুলি লগালোঁ।
28/07/2022

ঐতিহাসিক নলবাৰী স্থিত বালিলেছা মন্দিৰ প্ৰাংগণত নাহৰ আৰু বগা চন্দনৰ পুলি লগালোঁ।

মিছন সেউজীয়া,,,
09/07/2022

মিছন সেউজীয়া,,,

ক'ৰনাৰ দ্বিতীয়টো ঢৌৰ সময়তে --------
08/07/2022

ক'ৰনাৰ দ্বিতীয়টো ঢৌৰ সময়তে --------

বাঢ়নি পানীয়ে ক্ষতিগ্ৰস্ত কৰা অঞ্চল সমূহত প্ৰচেষ্টা হাতত লোৱাৰ বাবে ADC বাইদেউৰ জৰিয়তে উপায়ুক্ত মহোদয়ালৈ তথ্য অৱগত ক...
02/07/2022

বাঢ়নি পানীয়ে ক্ষতিগ্ৰস্ত কৰা অঞ্চল সমূহত প্ৰচেষ্টা হাতত লোৱাৰ বাবে ADC বাইদেউৰ জৰিয়তে উপায়ুক্ত মহোদয়ালৈ তথ্য অৱগত কৰাৰ লগতে আমাৰ ফালৰ পৰা আজি সৌজন্যমূলক সাক্ষাৎ কৰোঁ ।।

বান পৰিস্থিতি কিছু শাম কটিছে, যোৱা কালি আৰ্তজনৰ কাষলৈ এভুমুকি।
23/06/2022

বান পৰিস্থিতি কিছু শাম কটিছে, যোৱা কালি আৰ্তজনৰ কাষলৈ এভুমুকি।

মধ্য ইংৰাজী বিদ্যালয়ত।
15/06/2022

মধ্য ইংৰাজী বিদ্যালয়ত।

ঐতিহাসিক নলবাৰী স্থিত গনেশ মন্দিৰ প্ৰাংগনত বকুল পুলি লগোৱাৰ মূহুৰ্ত।
15/06/2022

ঐতিহাসিক নলবাৰী স্থিত গনেশ মন্দিৰ প্ৰাংগনত বকুল পুলি লগোৱাৰ মূহুৰ্ত।

গছ কটা নিসিদ্ধিকৰণ  আৰু বায়ুমণ্ডলত অক্সিজেনৰ হাৰ বৃদ্ধিৰ বাবে  বৃক্ষৰোপণ কৰোঁ আহক।
14/06/2022

গছ কটা নিসিদ্ধিকৰণ আৰু বায়ুমণ্ডলত অক্সিজেনৰ হাৰ বৃদ্ধিৰ বাবে বৃক্ষৰোপণ কৰোঁ আহক।

প্ৰকৃতিক সুৰক্ষিত কৰি ৰখাটো আমাৰ জীৱকুলৰ কৰ্তব্য,,,
13/06/2022

প্ৰকৃতিক সুৰক্ষিত কৰি ৰখাটো আমাৰ জীৱকুলৰ কৰ্তব্য,,,

পৰিৱেশৰ প্ৰতি সজাগতা অনাৰ লক্ষ্য আৰু নতুন প্ৰজন্মই যাতে এই আদৰ্শৰে অনুপ্ৰাণিত হৈ আমাৰ ধৰনীক সুৰক্ষিত তথা জীপাল কৰি ৰাখে ...
13/06/2022

পৰিৱেশৰ প্ৰতি সজাগতা অনাৰ লক্ষ্য আৰু নতুন প্ৰজন্মই যাতে এই আদৰ্শৰে অনুপ্ৰাণিত হৈ আমাৰ ধৰনীক সুৰক্ষিত তথা জীপাল কৰি ৰাখে সেই উদ্দেশ্য সৰোগত কৰি গছপুলি ৰোপণ কৰা হয় .

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when jimonitamuley posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category