04/06/2026
অভিনন্দন 💐
অসম চৰকাৰৰ মন্ত্ৰীসভাত স্থান লাভ কৰা প্ৰতিগৰাকী বিধায়কলৈ আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিলোঁ।
আশাকৰোঁ আপোনালোকৰ বলিষ্ঠ নেতৃত্বই অসমৰ বিকাশৰ গতি অধিক ত্বৰান্বিত কৰি তুলিব। 🙏🙏
Himanta Biswa Sarma
Atul Bora অতুল বৰা
CMO Assam
BJP Assam Pradesh
অসম গণ পৰিষদ - Asom Gana Parishad -AGP