Dimoria Mondal Committee, BJP

Dimoria Mondal Committee, BJP Dimoria Mondal Committee, Sonapur

ভাৰতীয় জনতা পাৰ্টি নৱগঠিত ডিমৰীয়া মণ্ডল সমিতিৰ  সভাপতি শ্ৰী ৰাজেন মহন্ত ডাঙৰীয়াক আদৰণি ও দ্বায়িত্ব ভাৰ গ্ৰহনৰ লগতে দলীয় ...
30/12/2023

ভাৰতীয় জনতা পাৰ্টি নৱগঠিত ডিমৰীয়া মণ্ডল সমিতিৰ সভাপতি শ্ৰী ৰাজেন মহন্ত ডাঙৰীয়াক আদৰণি ও দ্বায়িত্ব ভাৰ গ্ৰহনৰ লগতে দলীয় সাংগঠনিক সভা অনুস্থিত হয় ডিমৰীয়া সমবায় সমিতিৰ ভবনত অস্থাই ভাবে লোৱা কাৰ্য্যলয়ত। এই সভাত দলীয় জ্যেষ্ঠ শ্ৰী নিপেন ফুকন আৰু শ্ৰী নগেন বৈশ্য উপস্থিত থাকে।

24/12/2023
অসমৰ জনপ্ৰীয় মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি জাগীৰোড উপস্থিত হব পাচঁটা ৰাজহুৱা অনুস্থান উদ্বোধন কৰিবলৈ। ত...
24/12/2023

অসমৰ জনপ্ৰীয় মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি জাগীৰোড উপস্থিত হব পাচঁটা ৰাজহুৱা অনুস্থান উদ্বোধন কৰিবলৈ। তেওঁক ডিমৰীয়া মণ্ডল সমিতিৰ তৰফৰ পৰা সাদৰৰে স্বৱাগতম জনাইছোঁ।
WEEL COME TO Dr HIMANTA BISWA SARMA at JAGIROAD

ভাৰতীয় জনতা পাৰ্টি ডিমৰীয়া মণ্ডলৰ উদ্যোগত  বিশেষ যোগদানৰ  কাৰ্য্যসূচিত অসম ৰাজ্যিকৰ  মাননীয় উপসভাপতি শ্ৰী জয়ন্ত দাস ডাঙৰ...
22/12/2023

ভাৰতীয় জনতা পাৰ্টি ডিমৰীয়া মণ্ডলৰ উদ্যোগত বিশেষ যোগদানৰ কাৰ্য্যসূচিত অসম ৰাজ্যিকৰ মাননীয় উপসভাপতি শ্ৰী জয়ন্ত দাস ডাঙৰীয়া সহ দলীয় জ্যেষ্ঠ কৰ্মি আৰু গুৱাহাটি মহানগৰ জিলাৰ বিষয়ববিয়া সকলৰ উপস্থিতিত ডিমৰীয়াৰ অঞ্চলৰ বহু কেইজন সমাজ কৰ্মি ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টি নিতি আৰ্দশ ও কৰ্মৰাজিৰ ওপৰত আকৃষ্ঠ হৈ BJP ত যোগদান কৰে। 

ভাৰতীয় জনতা পাৰ্টি ডিমৰীয়া মণ্ডল সমিতিৰ                                    উদ্যোগত                                      ...
21/12/2023

ভাৰতীয় জনতা পাৰ্টি ডিমৰীয়া মণ্ডল সমিতিৰ
উদ্যোগত
বিশেষ যোগদান কাৰ্য্যসুচী

17/12/2023
13/12/2023

বিশিষ্ট প্ৰবন্ধকাৰ, শিক্ষাবিদ তথা আইনী বিশেষজ্ঞ সত্যনাথ বৰাদেৱৰ পুণ্যতিথিত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ তৰফৰ পৰা শ্ৰদ্ধাৰে সোৱৰিছোঁ। আধুনিক অসমীয়া ভাষাত ৰচিত গীতৰ প্ৰথম পুথি 'গীতাৱলী', ব্যাকৰণৰ পুথি 'বহল ব্যাকৰণ', চিন্তাগধুৰ প্ৰবন্ধৰ সংকলন 'সাৰথি' আদি গ্ৰন্থৰে তেখেতে অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই গৈছে।

Address

Digaru Gate, Sonapur, 782403
Guwahati
782402

Website

Alerts

Be the first to know and let us send you an email when Dimoria Mondal Committee, BJP posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share