18/04/2021
এজন ৰাইজৰ নেতাই ৰাজনীতিত এটা যুগৰ পৰিসমাপ্তি ঘটাই বিদায় মাগিলে।তেওঁ আমাৰ পৰিয়ালটোৰ বাবে সাহস আছিল, বিপদৰ সময়ত আমাক বাট দেখুৱাইছিল । আমাৰ লগতে বহুতৰ বাবে প্ৰেৰণাস্ৰোত হৈ থাকিব।বিদেহ আত্মাই চিৰশান্তি লাভ কৰক ।
ঔম শান্তি: 🙏🙏🙏