04/05/2024
প্ৰধানমন্ত্ৰী মোডী আৰু তেওঁৰ বিশ্বস্ত সাংগো-পাংগোসকলৰ চৰিত্ৰ কেনেধৰণৰ সেয়া আপোনালোকে নিজেই বিচাৰ কৰক। দেশখনক এনেধৰণৰ দুৰ্নীতিকাৰী আৰু ধৰ্ষকৰ হাতত তুলি দিব নে সততা আৰু উন্নয়নৰ ৰাজনীতি কৰা নেতাৰ হাতত তুলি দিব সেয়াও ৰাইজেে বিচাৰ কৰক।