22/08/2026
কানৈ মহাবিদ্যালয় সাধাৰণ নিৰ্বাচনত অসম ছাত্ৰ পৰিষদৰ বৃহৎ জয়লাভ ।
কানৈ মহাবিদ্যালয়ৰ সাধাৰণ নিৰ্বাচনত জয়লাভ কৰি ছাত্ৰ-ছাত্ৰীৰ প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰা সকলো বিজয়ী প্ৰাৰ্থীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।।
নৱনিৰ্বাচিত প্ৰাৰ্থীসকল—
🔹 সভাপতি: শ্ৰী দুলৰ্ভ কুৰ্মী
🔹 সাধাৰণ সম্পাদক: শ্ৰী গৌৰৱ গগৈ
🔹 উপ-সভাপতি: শ্ৰী গৌমুখ টায়ে
🔹 ক্ষুদ্ৰ ক্ৰীড়া সম্পাদক: মিত্ৰিকা দে
🔹 শৰীৰ চৰ্চা সম্পাদক: ৰাজেন যাদৱ
নৱনিৰ্বাচিত সকলো বিষয়ববীয়ালৈ আন্তৰিক অভিনন্দন জনাইছোঁ। আশা কৰোঁ, অসম ছাত্ৰ পৰিষদৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰীৰ অধিকাৰ, স্বাৰ্থ আৰু মহাবিদ্যালয়ৰ সৰ্বাংগীণ উন্নয়নৰ বাবে নিষ্ঠা, সততা আৰু দায়িত্বশীলতাৰে কাম কৰি যাৱ।।