BJP North Kamrup District

BJP North Kamrup District Bharatiya Janata Party, North Kamrup District 2025.

বিশ্বনেতা, পৰম শ্ৰদ্ধেয় যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত Narendra Modi  ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত সম্পূৰ্ণ হোৱা “১২ বছৰ ব...
14/06/2026

বিশ্বনেতা, পৰম শ্ৰদ্ধেয় যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত Narendra Modi ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত সম্পূৰ্ণ হোৱা “১২ বছৰ বিশ্বাস, বিকাশ আৰু জনকল্যাণ”ৰ গৌৰৱময় যাত্ৰাক সন্মান জনাই আজি ভাৰতীয় জনতা পাৰ্টি, উত্তৰ কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়া নগৰ মণ্ডলৰ উদ্যোগত ৰঙিয়া বিধানসভা সমষ্টিত “প্ৰবুদ্ধ নাগৰিক সন্মিলন” সফলতাৰে অনুষ্ঠিত হয়।

দেশৰ সৰ্বাংগীণ উন্নয়ন, সুশাসন, আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্প আৰু জনকল্যাণমূলক আঁচনিসমূহৰ সফল ৰূপায়ণৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ভাৰতক বিশ্ব মঞ্চত এক শক্তিশালী আৰু সন্মানীয় স্থানত অধিষ্ঠিত কৰিছে। এই গৌৰৱময় ১২ বছৰীয়া যাত্ৰাৰ সাফল্যসমূহ জনসাধাৰণৰ মাজত অধিক বিস্তাৰ কৰাৰ লক্ষ্যৰে অনুষ্ঠিত এই সন্মিলনত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি আৰু প্ৰবুদ্ধ নাগৰিকসকল উপস্থিত থাকে।

উক্ত অনুষ্ঠানত উপস্থিত থাকে ৰঙিয়া বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত ভবেশ কলিতা ডাঙৰীয়া, উত্তৰ কামৰূপ জিলাৰ মাননীয় সভাপতি শ্ৰীযুত ভাস্কৰ কলিতা,‌ ৰঙিয়া নগৰ মণ্ডলৰ মাননীয় সভাপতি শ্ৰীযুত গৌতম দাস ডাঙৰীয়া লগতে আমন্ত্ৰিত প্ৰবুদ্ধ নাগৰিক সকল আৰু ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সকল।



Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh

14/06/2026
13/06/2026

বশিষ্ঠস্থিত ৰাজ্যিক কাৰ্যালয়ৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সম্বোধন কৰা মিডিয়া কনক্লেভৰ

জনসেৱাৰ নতুন ইতিহাস! জনতাৰ বিশ্বাস অটুট... প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ  নতুন অভিলেখ!দেশৰ ইতিহাসত সংযোজিত হ'ল এক নতুন সো...
10/06/2026

জনসেৱাৰ নতুন ইতিহাস!


জনতাৰ বিশ্বাস অটুট... প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নতুন অভিলেখ!

দেশৰ ইতিহাসত সংযোজিত হ'ল এক নতুন সোণালী অধ্যায়। প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৪,৩৯৯ দিন নিৰন্তৰভাৱে দেশসেৱা আগবঢ়াই এক নতুন ইতিহাস গঢ়িছে।

ভূতপূৰ্ব প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ অভিলেখ অতিক্ৰম কৰি দেশৰ সৰ্বাধিক সময় ধৰি জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হৈ দেশ সেৱা কৰা প্ৰধানসেৱক হৈছে যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া।

এয়া কেৱল দিনৰ হিচাপ নহয়, বৰঞ্চ দেশৰ দৰিদ্ৰজন, কৃষক, যুৱক-যুৱতী আৰু মহিলাসকলৰ কল্যাণৰ বাবে উৎসৰ্গিত প্ৰতিটো দিনৰ এক জীৱন্ত দলিল।

🇮🇳

08/06/2026

মোডী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত এতিয়া আগুৱাইছে...

মোডী হ্যেয় টু মুমকীন হ্যেয়...

আজি বশিষ্ঠস্থিত ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত গুৰুত্বপূৰ্ণ সাংগঠনিক বৈঠকত আগন্তুক সময়ছোৱাত ৰূপায়ণ কৰিবলগীয়া বিভিন্ন দলীয় কা...
07/06/2026

আজি বশিষ্ঠস্থিত ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত গুৰুত্বপূৰ্ণ সাংগঠনিক বৈঠকত আগন্তুক সময়ছোৱাত ৰূপায়ণ কৰিবলগীয়া বিভিন্ন দলীয় কাৰ্যসূচী আৰু সংগঠন শক্তিশালীকৰণৰ বিভিন্ন বিষয়ৰ ওপৰত বিশদ আলোচনা কৰা হয়।

Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh

আজি বশিষ্ঠস্থিত ৰাজ্যিক কাৰ্যালয়ত “পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযান–২০২৬”ৰ অন্তৰ্গত প্ৰশিক্ষকৰ প্ৰশিক্ষণ শ...
07/06/2026

আজি বশিষ্ঠস্থিত ৰাজ্যিক কাৰ্যালয়ত “পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযান–২০২৬”ৰ অন্তৰ্গত প্ৰশিক্ষকৰ প্ৰশিক্ষণ শীৰ্ষক এখন গুৰুত্বপূৰ্ণ কৰ্মশালা সফলভাৱে অনুষ্ঠিত হয়।

Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh
BJP North Kamrup District

🌹 আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন 🌹অসম চৰকাৰৰ মাননীয়া মন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগ বাইদেউক কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী হি...
07/06/2026

🌹 আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন 🌹

অসম চৰকাৰৰ মাননীয়া মন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগ বাইদেউক কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব অৰ্পণ কৰা হোৱাত আন্তৰিক অভিনন্দন আৰু অশেষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

Ajanta Neog

07/06/2026

धर्मो रक्षति रक्षितः

06/06/2026

আঁচনি বন্ধ হোৱাৰ অপপ্ৰচাৰ তথা চৰকাৰী আঁচনিৰ প্ৰক্ৰিয়াগত দিশসমূহৰ সন্দৰ্ভত মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গুৰুত্বপূৰ্ণ আহ্বান ।

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when BJP North Kamrup District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJP North Kamrup District:

Share