জাতীয় মহিলা শক্তি

জাতীয় মহিলা শক্তি Sister Organisation
(Assam Jatiya Parishad)

ভাৰতৰ ৮০তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা সকলোলৈকে জনালোঁ‌।দেশৰ বীৰ শ্বহীদসকলৰ ত্যাগ আৰু সাহসক সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ‌...
15/08/2026

ভাৰতৰ ৮০তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা সকলোলৈকে জনালোঁ‌।
দেশৰ বীৰ শ্বহীদসকলৰ ত্যাগ আৰু সাহসক সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ‌।
আহক, আমি সকলোৱে, ঐক্য, শান্তি আৰু উন্নতিৰ পথত আগবাঢ়ি এখন শক্তিশালী, সমৃদ্ধ আৰু গৌৰৱময় দেশ গঢ়ি তোলোঁ।

।। জয় আই অসম ।।
জয় হিন্দ! 🇮🇳
বন্দে মাতৰম 🇮🇳

13/08/2026
অসমৰ হস্ততাঁ‌ত আৰু বস্ত্ৰশিল্পৰ ক্ষেত্ৰখনত অভূতপূৰ্ব অৱদানৰ বাবে , জাতীয় মহিলা শক্তিৰ কেন্দ্ৰীয় উপদেষ্টা আৰু অজাপৰ সাধাৰ...
09/08/2026

অসমৰ হস্ততাঁ‌ত আৰু বস্ত্ৰশিল্পৰ ক্ষেত্ৰখনত অভূতপূৰ্ব অৱদানৰ বাবে , জাতীয় মহিলা শক্তিৰ কেন্দ্ৰীয় উপদেষ্টা আৰু অজাপৰ সাধাৰণ সম্পাদক সন্মানীয় শ্ৰীযুত জগদীশ ভূঞা ডাঙৰীয়াৰ সহধৰ্মিনী মাননীয়া শ্ৰীযুতা জ্যোতি ভূঞা ডাঙৰীয়ানীলৈ ৰাষ্ট্ৰীয় হস্ততাঁ‌ত বটা (National Handloom Award ) আগবঢ়োৱা হয়। নতুন দিল্লীত স্থিত ৰাষ্ট্ৰপতি ভৱনত মহামান্য ৰাষ্ট্ৰপতিৰ হাতৰ পৰা তেওঁ এই সন্মানজনক বটা গ্ৰহণ কৰে। জ্যোতি ভূঞা বাইদেউলৈ মহিলা শক্তিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেখেতৰ কৰ্মক্ষেত্ৰলৈ অনাগত দিনৰ বাবেও শুভেচ্ছা থাকিল।

06/08/2026
শিৱসাগৰ জিলাৰ, নাজিৰা সমষ্টিৰ শিমলুগুৰি পঞ্চায়তৰ বানাক্ৰান্ত ৰাইজৰ সেৱাৰ্থে, জাতীয় মহিলা শক্তিৰ, তিনিচুকীয়া জিলা সমিতিৰ ...
04/08/2026

শিৱসাগৰ জিলাৰ, নাজিৰা সমষ্টিৰ শিমলুগুৰি পঞ্চায়তৰ বানাক্ৰান্ত ৰাইজৰ সেৱাৰ্থে, জাতীয় মহিলা শক্তিৰ, তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা বান সাহায্য প্ৰদান। এই বিপদগ্ৰস্ত পৰিৱেশত, আমি সদায় ৰাইজৰ কাষত।

Address

Guwahati

Alerts

Be the first to know and let us send you an email when জাতীয় মহিলা শক্তি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to জাতীয় মহিলা শক্তি:

Shortcuts

Share