10/08/2026
দুৰ্যোগৰ সময়ত সহায়ৰ হাতেই মানৱতাৰ পৰিচয়,..
মানবীয়তাৰ উৰ্ধত আন একোৱেই হব নোৱাৰে৷ বানাক্ৰান্তৰ কাষত থিয় হৈ সহায়ৰ হাত আগবঢ়ালে অসম মহিলা পৰিষদে,.. অগপ ৰ ভগ্নী সংগঠন অসম মহিলা পৰিষদৰ সন্মানীয় সভানেত্ৰী পূৰবী তালুকদাৰ মুখ্য সম্পাদিকা কস্তুৰী চুতীয়া. কাৰ্যকৰী সভানেত্ৰী বন্তি পাঠক. প্ৰনিতা গগৈ. উপসভানেত্ৰী মামনি বৰা. ৰেখা কলিতা, বৰষা নাথ কলিতা প্ৰমুখ্যে বিষয়ববীয়াসকলে বানাক্ৰান্ত শিৱসাগৰবাসীৰ এই কঠিন সময়ত কাষত থাকি প্ৰযোজনীয় সামগ্ৰী যোগান ধৰে৷ কাৰোবাৰ অকণমান সহায়ো কাৰোবাৰ বাবে বহু ডাঙৰ আশ্ৰয় হব পাৰে৷