Anowar Hussain

Anowar Hussain General Secretary, Kamrup District Youth Congress Committee

01/01/2024

:জাননী:
সোণতলী_গ্ৰন্থ_আৰু_বাণিজ্য মেলাত "গ্ৰন্থ আৰু ব্যৱসায়িক বিপনী" ৰ কাৰণে যোগাযোগ কৰক।
ফোন:7002775788, 7002537551

14/04/2022

"বিহু আদৰৰ
বিহু মৰমৰ
বিহু চেনেহৰ"
সদৌটি লৈ ৰঙালী বিহুৰ হিয়াভৰা ওলগ জনালোঁ।

19/01/2021
13/01/2021
 কামৰূপ জিলা যুৱ কংগ্রেছৰ উদ্যোগত সৰ্ব্ব ভাৰতীয় যুৱ কংগ্রেছৰ প্রতিষ্ঠা দিৱস উপলক্ষে সোণতলী প্রাঃ স্বাস্থ্য কেন্দ্রত থকা ...
09/08/2020


কামৰূপ জিলা যুৱ কংগ্রেছৰ উদ্যোগত সৰ্ব্ব ভাৰতীয় যুৱ কংগ্রেছৰ প্রতিষ্ঠা দিৱস উপলক্ষে সোণতলী প্রাঃ স্বাস্থ্য কেন্দ্রত থকা ৰোগী সকলক আৰু কিছু দৰিদ্র লোকক ফল-মূল বিতৰণ কৰা হয় | কাৰ্যসূচীত সহযোগ কৰে বকো সমষ্টি যুৱ কংগ্রেছ ও ছমৰীয়া ব্লক যুৱ কংগ্রেছৰ সতীৰ্থবৃন্দই |

দগ্ধ হৃদয়ৰ উচুপনি=============সহস্র প্রতিবাদীৰ কাৰাৰুদ্ধতবৃদ্ধা মাতৃৰ দুচকুত চকুলো,ভগ্ন হৃদয়ৰ কৰুণ ক্ৰন্দনতমুক্ত কণ্ঠও আ...
22/07/2020

দগ্ধ হৃদয়ৰ উচুপনি
=============

সহস্র প্রতিবাদীৰ কাৰাৰুদ্ধত
বৃদ্ধা মাতৃৰ দুচকুত চকুলো,
ভগ্ন হৃদয়ৰ কৰুণ ক্ৰন্দনত
মুক্ত কণ্ঠও আজি ৰুদ্ধ |

অনিচ্ছা স্বত্তেও
সন্দেহৰ আৱৰ্তত সংবিধান
ৰাজনীতি নে ৰজাৰনীতি
গণতন্ত্র নে ৰাজতন্ত্র
এক উত্তৰবিহীন প্ৰশ্ন |

আতংকিত বিশ্বত ত্ৰস্তমান জনগণ
ম'হামাৰী নে দূৰ্নীতিত
আছে নে উত্তৰ ?

নিৰ্দয় ক্ষমতালোভী শত্রুৰ দপদপনিত
দগ্ধ হৃদয়ৰ নীৰৱ উচুপনি |
সঁচাকৈয়ে বিকল নে ?
দেশৰ প্রশাসন যন্ত্ৰ |

হে আত্মা ভৰষাৰ মহাশক্তি !
তুমি আছা বাবেই জীয়াই আছোঁ
বিশ্বাস কৰা...
তোমাৰ অবিহনে শ্বাস ৰুদ্ধ
আজি জীৱকুল |

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when Anowar Hussain posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category