16/08/2025
STF, Assam and Assam Police have been acting relentlessly and promptly against the menace of drugs, especially over the past three to four years. STF, Assam alone has, to date, recovered 62 kg of he**in, 12,47,898 psychotropic tablets/YABA, along with large quantities of o***m, g***a, cough syrups, and other contraband—amounting to an estimated market value of approximately ₹507 crore.
Between March 2023 and the present, STF, Assam has conducted 289 operations, resulting in the arrest of 548 drug dealers and peddlers.
Today, as part of the Nationwide Drug Awareness Campaign, STF, Assam organized a day-long awareness programme at various public locations across Guwahati. We remain firmly committed to our continued campaign and operations against drug peddlers and traffickers.
অসম আৰক্ষী আৰু এছটিএফ-এ ড্ৰাগছ বৰবিহৰ বিৰুদ্ধে নিৰন্তৰ অভিযান অব্যাহত ৰাখিছে বিশেষকৈ আজি চাৰিবছৰ ধৰি। অসম এছটিএফ-এ ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰি যোৱা মাথো তিনিবছৰতে ২৮৯ টা অভিযান চলাই ৫৪৮ গৰাকী অবৈধ ড্ৰাগছ সৰবৰাহকাৰী আৰু ব্যৱসায়ীক আতক কৰি প্ৰায় ৫০৭ কোটি টকা বজাৰ মূল্যৰ ড্ৰাগছ উদ্ধাৰ কৰি জব্দ কৰিবলৈ সক্ষম হৈছে।
ড্ৰাগছ সন্দৰ্ভত দেশ জুৰি পালন কৰি থকা সজাগতা অভিযানৰ অংশ হিচাপে আজি অসম এছটিএফ-এও গুৱাহাটীৰ কেইবাটাও ৰাজহুৱা স্থানত সজাগতা সভা অনুস্হিত কৰাৰ লগতে সমদল বাহিৰ কৰে। ৰাইজ সজাগ আৰু সচেতন হ'লেহে নিচামুক্ত সমাজ গঢ়ি তুলিব পৰা যাব।
Himanta Biswa Sarma
CMO Assam
Assam Police Police Commissionerate Guwahati