14/02/2022
দলৰ তথ্য আৰু প্ৰচাৰ সম্পাদক তপন দাস ডাঙৰীয়াই অসম চৰকাৰে অৰ্পণ কৰা পণ্যাগাৰ নিগমৰ উপাধ্যক্ষ পদৰ দায়িত্ব আজি আনুষ্ঠানিক ভাবে গ্ৰহণ কৰে তেখেতলৈ অশেষ শুভেচ্ছা আৰু অভিনন্দন জনালো ৷ চৰকাৰে অৰ্পণ কৰা দায়িত্ব অধিক নিষ্ঠা আৰু সততাৰে পালন কৰিব , তাৰে আমি বিশ্বাসী ৷