Hiteswar Saikia The legend

Hiteswar Saikia The legend Here we try to figure out the achievement of Late Karmashree Hiteswar Saikia. Please help us in delivering his achievement to the masses

17/06/2020

হিতেশ্বৰ শইকীয়াতকৈ তৰুণ গগৈ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী নাছিল।- "হিমন্ত বিশ্ব শৰ্মা"

29/05/2020

"হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ নেতৃত্ব পুনৰ ৫ বছৰ অসমৰ ৰাইজে নোপোৱাটো আমাৰ বাবে দুৰ্ভাগ্য"- হিমন্ত বিশ্ব শৰ্মা

Heroes get remembered
But LEGENDs never die.

কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ পত্নী তথা অতি সহজ সৰল ব্যক্তিত্বৰ অধিকাৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ হেমপ্ৰভা বাইদেউলৈ তেখ...
21/02/2020

কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ পত্নী তথা অতি সহজ সৰল ব্যক্তিত্বৰ অধিকাৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ হেমপ্ৰভা বাইদেউলৈ তেখেতৰ জন্মদিনৰ অলেখ অযুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ

সাহস আৰু একাগ্ৰতাৰ যি নজিৰ তেওঁ দেখুৱাই থৈ গৈছিল সেয়া নতুন প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস...
20/02/2020

সাহস আৰু একাগ্ৰতাৰ যি নজিৰ তেওঁ দেখুৱাই থৈ গৈছিল সেয়া নতুন প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস...

শইকীয়া ডাঙৰীয়াক ৯০ৰ দশকত যেতিয়া কংগ্ৰেছ দলৰ দায়িত্ব দিয়া হৈছিল, তেতিয়া অসম কংগ্ৰেছৰ সবাতোকৈ বেয়া দিন চলি আছিল কিন...
07/02/2020

শইকীয়া ডাঙৰীয়াক ৯০ৰ দশকত যেতিয়া কংগ্ৰেছ দলৰ দায়িত্ব দিয়া হৈছিল, তেতিয়া অসম কংগ্ৰেছৰ সবাতোকৈ বেয়া দিন চলি আছিল কিন্তু তেখেতৰ নিষ্ঠা আৰু একাগ্ৰতাৰ বলত ১৯৯১ চনত পুনৰ কংগ্ৰেছ দলক শক্তিশালী কৰি দিছপুৰত চৰকাৰ গঠন কৰিছিল।

কংগ্ৰেছ সংকট-কালীন‌ মুহূৰ্তত কংগ্ৰেছ দলৰ ত্ৰাণকৰ্তাৰ ৰূপত থিয় দিছিল শইকীয়া ডাঙৰীয়াই। সেই সময়ত দলৰ পৰা নেতা কৰ্মী সকল...
06/02/2020

কংগ্ৰেছ সংকট-কালীন‌ মুহূৰ্তত কংগ্ৰেছ দলৰ ত্ৰাণকৰ্তাৰ ৰূপত থিয় দিছিল শইকীয়া ডাঙৰীয়াই। সেই সময়ত দলৰ পৰা নেতা কৰ্মী সকলে এজন এজনকৈ দল ত্যাগ কৰিছিল কিন্তু তেওঁ সেইসময়টো অতি নিষ্ঠাৰে দলটোক সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰিছিল আৰু ১৯৯১ চনত পুনৰ কংগ্ৰেছ দলক শাসনলৈ ওভতাই আনিছিল।

তেওঁ আছিল ৰাজনৈতিক দৃঢ়তাৰে সম্বলিত এজন নিষ্ঠাবান ৰাজনৈতিক কৰ্মী। যাৰ কৰ্মৰাজী আজিও নৱ প্ৰজন্মৰ বাবে আদৰ্শনীয়...
23/01/2020

তেওঁ আছিল ৰাজনৈতিক দৃঢ়তাৰে সম্বলিত এজন নিষ্ঠাবান ৰাজনৈতিক কৰ্মী। যাৰ কৰ্মৰাজী আজিও নৱ প্ৰজন্মৰ বাবে আদৰ্শনীয়...

তেখেতৰ ৰাজনৈতিক সংকল্প হৈ ৰ'ব সমূহ ৰাজনৈতিক দলৰ বাবে আদৰ্শনীয়...
22/01/2020

তেখেতৰ ৰাজনৈতিক সংকল্প হৈ ৰ'ব সমূহ ৰাজনৈতিক দলৰ বাবে আদৰ্শনীয়...

ব্যক্তিগত দক্ষতা, কৰ্তব্যনিষ্ঠা আৰু দুখীয়াৰ প্ৰতি থকা তেখেতৰ উদাৰ হৃদয়ৰ বাবে তেওঁ আছিল সৰ্বসাধাৰণ ৰাইজৰ বাবে এজন জন নে...
06/12/2019

ব্যক্তিগত দক্ষতা, কৰ্তব্যনিষ্ঠা আৰু দুখীয়াৰ প্ৰতি থকা তেখেতৰ উদাৰ হৃদয়ৰ বাবে তেওঁ আছিল সৰ্বসাধাৰণ ৰাইজৰ বাবে এজন জন নেতা। তেওঁ আছিল কৰ্মশ্ৰী...

১৯৯২ চনত ঐতিহাসিক বড়ো চুক্তি তেখেতৰ দিনতে সম্পন্ন হৈছিল। যাৰ ফলত তেওঁলোকে বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদ পালে, তেওঁলোকৰ...
04/12/2019

১৯৯২ চনত ঐতিহাসিক বড়ো চুক্তি তেখেতৰ দিনতে সম্পন্ন হৈছিল। যাৰ ফলত তেওঁলোকে বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদ পালে, তেওঁলোকৰ বিকাশ আৰু উন্নয়ন সু-নিশ্চিত কৰাৰ বাবে।

নিৰ্বাচনী ইস্তাহাৰ আছিল তেখেতৰ বাবে গীতা... যুৱক যুৱতী সকলক নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি বোৰৰ ভিতৰত অন্যতম ১০ লাখক নি...
02/12/2019

নিৰ্বাচনী ইস্তাহাৰ আছিল তেখেতৰ বাবে গীতা... যুৱক যুৱতী সকলক নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি বোৰৰ ভিতৰত অন্যতম ১০ লাখক নিবনুৱাক 'কৰ্মসংস্থান', তেওঁ ৪ বছৰতে সম্পূৰ্ণ কৰিছিল।

জনজাতীয় সম্প্ৰদায়ৰ লোকসকলৰ বিকাশৰ অবিহনে সৰ্বাঙ্গীন বিকাশ যে অসম্ভৱ সেয়া তেওঁ ভালকৈ উপলব্ধি কৰিছিল আৰু তেওঁলোকৰ বিকাশ...
29/11/2019

জনজাতীয় সম্প্ৰদায়ৰ লোকসকলৰ বিকাশৰ অবিহনে সৰ্বাঙ্গীন বিকাশ যে অসম্ভৱ সেয়া তেওঁ ভালকৈ উপলব্ধি কৰিছিল আৰু তেওঁলোকৰ বিকাশত গুৰুত্বসহকাৰে নজৰ দিছিল।

Address

Nandan Nagar, Sarumotoria
Guwahati
781006

Website

Alerts

Be the first to know and let us send you an email when Hiteswar Saikia The legend posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Let us know KARMASHREE

This page is made to explore the legacy and achievement of The Great Karmashree Hiteswar Saikia. It is necessary to know the contribution of the legend to the state of Assam and It's People. He was a warrior who fought for the right and to establish the social justice among people during most horrible time in the state.