Assam State Commission for Safai Karmacharis

Assam State Commission for Safai Karmacharis For the rights, interests and redressal of the grievances of the Safai Karamcharis and their dependents

অসম ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগৰ সদস্য নেহা বাছফৰে আজি বঙাইগাঁও পৌৰসভাৰ চাফাই কৰ্মীসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সম...
10/07/2026

অসম ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগৰ সদস্য নেহা বাছফৰে আজি বঙাইগাঁও পৌৰসভাৰ চাফাই কৰ্মীসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাসমূহ বুজ লয় লগতে জিলা আয়ুক্তৰ সৈতে জাতিগত প্ৰমাণপত্ৰ আৰু গৃহ নিৰ্মাণ সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰে।

CMO Assam
Aswini Ray Sarkar
Himanta Biswa Sarma

The Hon'ble Chairperson of Assam State Commission for Safai Karmacharis  met the family of Late Amit Basfor—a casual saf...
09/07/2026

The Hon'ble Chairperson of Assam State Commission for Safai Karmacharis met the family of Late Amit Basfor—a casual safai karmachari of Barpeta road Municipal board who recently died by drowning in a river; officials from the district administration and the Executive Officer were also present.

Aswini Ray Sarkar
Himanta Biswa Sarma
CMO Assam
Kaushik Rai
National Safai Karamcharis Finance & Development Corporation

06/07/2026
A high-level review meeting regarding the case of the late railway casual sanitation worker name Suman Saikia of Dibruga...
05/07/2026

A high-level review meeting regarding the case of the late railway casual sanitation worker name Suman Saikia of Dibrugarh was held at the Tinsukia DRM office of N.F Railway Presided over by the Chairperson of Assam state commission for safai karmacharis, the meeting was attended by Divisional railway manager, senior railway officials, representatives of the district administration, a Regional Labour commissioner, ESIC officials, senior railway police officers, and family members of the late Suman Saikia.

CMO Assam
PMO India
Himanta Biswa Sarma
Aswini Ray Sarkar
Northeast Frontier Railway
National Safai Karamcharis Finance & Development Corporation

সোমবাৰে ডিব্ৰুগড় ৰে’ল ষ্টেচনত কৰ্তব্যৰত অৱস্থাত সুমন শইকীয়া নামৰ এজন চাফাই কৰ্মীয়ে প্ৰাণ হেৰুৱালে। এই সন্দৰ্ভত আয়োগৰ...
03/07/2026

সোমবাৰে ডিব্ৰুগড় ৰে’ল ষ্টেচনত কৰ্তব্যৰত অৱস্থাত সুমন শইকীয়া নামৰ এজন চাফাই কৰ্মীয়ে প্ৰাণ হেৰুৱালে। এই সন্দৰ্ভত আয়োগৰ অধ্যক্ষই তেওঁৰ পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰি উচ্চ পৰ্যায়ৰ তদন্ত কৰা হ’ব আৰু উপযুক্ত ক্ষতিপূৰণ নিশ্চিত কৰা হ’ব বুলি আশ্বাস দিয়ে। এই বিষয় সন্দৰ্ভত আজি ​​আয়োগৰ অধ্যক্ষ, ৰে’ল বিভাগৰ বিষয়া, আৰু জিলা প্ৰশাসনৰ মাজত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ’ব।

CMO Assam
Himanta Biswa Sarma
Aswini Ray Sarkar
Laxman Acharya
National Safai Karamcharis Finance & Development Corporation
PMO India
NFR HQ, Maligaon, Guwahati

বঙাইগাঁও জিলাৰ নৱ নযুক্ত জিলা আয়ুক্ত শ্ৰী লখিআনন্দ চহৰীয়াক আজি আৱৰ্ত ভৱনত ফুলাম গামোচা দি আদৰণি জনায় অসম ৰাজ্যিক চাফাই ক...
01/07/2026

বঙাইগাঁও জিলাৰ নৱ নযুক্ত জিলা আয়ুক্ত শ্ৰী লখিআনন্দ চহৰীয়াক আজি আৱৰ্ত ভৱনত ফুলাম গামোচা দি আদৰণি জনায় অসম ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগৰ অধ্যক্ষ শ্ৰী বৈজনাথ বাছফৰে।

অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী মাননীয় অশ্বনী ৰায় সৰকাৰৰ ওপজা দিনৰ অলেখ শুভ কামনা লগতে অভিনন্দন জ্ঞাপন কৰিলোঁ।অনাগত দিনত সম...
30/06/2026

অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী মাননীয় অশ্বনী ৰায় সৰকাৰৰ ওপজা দিনৰ অলেখ শুভ কামনা লগতে অভিনন্দন জ্ঞাপন কৰিলোঁ।অনাগত দিনত সমষ্টিৰ ৰাইজৰ তথা অসমৰ সৰ্ব সাধাৰণ জনতাৰ উন্নয়নৰ হকে যাতে সুচাৰুৰূপে কাম কৰি পাৰে মা কামাখ্যা দেৱী আৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে গুৰু জনাৰ ওচৰত তাকেই কামনা কৰিলোঁ।
Aswini Ray Sarkar
Himanta Biswa Sarma
BJP Assam Pradesh
CMO Assam

অসম ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগৰ অধ্যক্ষ আৰু সদস্যসকলে অসম চৰকাৰৰ নৱনিযুক্ত সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী শ্ৰীযুত ...
24/06/2026

অসম ৰাজ্যিক চাফাই কৰ্মচাৰী আয়োগৰ অধ্যক্ষ আৰু সদস্যসকলে অসম চৰকাৰৰ নৱনিযুক্ত সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী শ্ৰীযুত অশ্বিনী ৰায় সৰকাৰক অভিনন্দন জ্ঞাপন কৰাৰ লগতে অসমৰ চাফাই কৰ্মীসকলে সন্মুখীন হোৱা সমস্যা সন্দৰ্ভত বিস্তৃত আলোচনাত মিলিত হয়।

CMO Assam
Himanta Biswa Sarma
Ashok Singhal
Dilip Saikia
Laxman Acharya
Kaushik Rai
National Safai Karamcharis Finance & Development Corporation

I paid a courtesy call on the Hon'ble Cabinet Minister of Assam, Shri Kaushik Rai , to congratulate him and discussed th...
23/06/2026

I paid a courtesy call on the Hon'ble Cabinet Minister of Assam, Shri Kaushik Rai , to congratulate him and discussed the issues faced by safai karmacharis of municipal corporations and municipal boards of Assam; also submitted a report on behalf of the department.

CMO Assam
Himanta Biswa Sarma
Laxman Acharya

Address

Gopinath Nagar
Guwahati
781016

Opening Hours

Monday 10am - 5pm
Tuesday 10am - 5pm
Wednesday 10am - 5pm
Thursday 10am - 5pm
Friday 10am - 5pm
Saturday 10am - 5pm

Telephone

+917002552239

Website

Alerts

Be the first to know and let us send you an email when Assam State Commission for Safai Karmacharis posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share